ETV Bharat / state

আমিনগাঁৱৰ কামৰূপ জিলা কাৰ্যালয়ত পোষ্টেল বেলত লৈ ভোটগণনা আৰম্ভ

author img

By

Published : May 23, 2019, 8:33 PM IST

7নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ববিতা শৰ্মা ভোটগণনা কেন্দ্ৰ বুজ ল'বলৈ ভোটগণনা কেন্দ্ৰটোত উপস্থিত হৈছে ৷

Breaking News

দক্ষিণ কামৰূপ, 23 মে': আমিনগাঁওস্থিত কামৰূপ জিলা কাৰ্যালয়ত পোষ্টেল বেলত লৈ ভোটগণনা আৰম্ভ হৈছে ৷ ইপিনে 7নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ববিতা শৰ্মাই ভোটগণনা কেন্দ্ৰৰ বুজ ল'বলৈ ভোটগণনা কেন্দ্ৰটোত উপস্থিত হয় ৷

ভোটগণনা কেন্দ্ৰ বুজ ল'বলৈ ভোটগণনা কেন্দ্ৰটোত উপস্থিত কংগ্ৰেছী প্ৰাৰ্থী ববিতা শৰ্মা

নিৰ্বাচনৰ ফলাফলক লৈ খুবেই আশাবাদী কংগ্ৰেছ প্ৰাৰ্থী গৰাকী ৷ অৱশ্যে আমিনগাঁৱৰ ভোট গণনা কেন্দ্ৰটোত 25 মিনিট পলমকৈ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হয় ৷ এই ভোট গণনা কেন্দ্ৰটোত বকো বিধানসভা সমষ্টি, ছয়গাঁও সমষ্টি,পলাশবাৰী সমষ্টি আৰু হাজো সমষ্টিৰ ভোটগণনা হ'ব ৷

Slug:-As_kam_23may_postal_ballot_801_as10020

আমিনগাওস্থিত কামৰূপ জিলাৰ কাৰ্য্যালয়ত পোষ্টেল বেলত লৈ ভোটগননা কেন্দ্ৰলৈ প্ৰৱেশ । ভোটগননা কেন্দ্ৰত পৰিস্থিতিৰ বুজ ববিতা শৰ্মাৰ ।

Ocvo...আমিনগাওস্থিত কামৰূপ জিলাৰ কাৰ্য্যালয়ত পোষ্টেল বেলত লৈ ভোটগননা আৰম্ভ । ভোটগননা কেন্দ্ৰত খবৰ ল'বলৈ উপস্থিত ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা । ভোটগননা আৰম্ভ হোৱাৰ পুৰ্বে পৰিস্থিতিৰ বুজ ল'লে ববিতা শৰ্মাই । আৰু ফলাফলক লৈ খুবেই আশাবাদী কংগ্ৰেছ প্ৰাৰ্থী গৰাকী । অৱশ্যে আমিনগাওস্থিত গননাকেন্দ্ৰত ২৫মিনিট পলমকৈ আৰম্ভ হয় গননা প্ৰক্ৰিয়া । আমিনগাওস্থিত ভোটগননা কেন্দ্ৰত বকো বিধানসমষ্টি,ছয়গাও সমষ্টি,পলশবাৰী সমষ্টি আৰু হাজো সমষ্টিৰ ভোটগননা হ'ব ।

Bite.

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.