ETV Bharat / state

বানাক্ৰান্তলৈ আৰ্থিক সাহায্য প্ৰদান অভিনেতা যতীন বৰাৰ

author img

By

Published : Jul 18, 2019, 10:54 PM IST

মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ এক লাখ টকাৰ সাহায্য প্ৰদান অভিনেতা যতীন বৰাৰ ৷

বানাক্ৰান্তলৈ আৰ্থিক সাহায্য প্ৰদান অভিনেতা যতীন বৰাৰ

  • বন্যাৰ্তলৈ আৰ্থিক সাহায্য প্ৰদান অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ৷
  • বানপানীত সৰ্বস্বান্ত হোৱা বানাক্ৰান্তৰ মৰ্ম বেদনা দেখি দুখ প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে ।
  • এই ভয়াৱহ সময়ত বানাক্ৰান্তক সহায় কৰিবলৈ সকলোকে আহ্বান জনাই অভিনেতাগৰাকীয়ে ।
  • অভিনেতা গৰাকীয়ে মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ এক লাখ টকাৰ সাহায্য প্ৰদান কৰে ।
  • যতীন বৰাই নিজৰ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে এই কথা ।
Intro:বন্যাৰ্তলৈ আৰ্থিক সাহায্য প্ৰদান অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ।

বানপানীত সৰ্বস্বান্ত হোৱা বানাক্ৰান্তৰ মৰ্ম বেদনা দেখি দুখ প্ৰকাশ কৰে বৰাই।

এই ভয়াৱহ সময়ত বানাক্ৰান্তক সহায় কৰিবলৈ সকলোকে আহ্বান জনাই অভিনেতাগৰাকীয়ে।

অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিত ১লাখ টকাৰ সাহায্য প্ৰদান কৰে।

যতীন বৰাই নিজৰ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে এই কথা। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.