Assam Meghalaya Conflict : দিল্লীত অসম চৰকাৰৰ জৰুৰী কেবিনেট বৈঠক

author img

By

Published : Nov 23, 2022, 11:28 AM IST

Updated : Nov 23, 2022, 11:46 AM IST

Assam Meghalaya Conflict

লাচিত দিৱসৰ কাৰ্যসূচীৰ মাজতে দিল্লীত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব বৈঠক (Assam cabinet meeting in Delhi)৷

  • লাচিত দিৱসৰ কাৰ্যসূচীৰ মাজতে দিল্লীত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Assam cabinet meeting in Delhi)
  • মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব বৈঠক
  • বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত কৰা হ’ব আলোচনা
  • বিয়লি 3 বজাত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ বৈঠকখন
  • অসম-মেঘালয় সীমান্তৰ ঘটনাৰ সন্দৰ্ভত কৰা হ’ব আলোচনা (Assam Meghalaya Conflict)
Last Updated :Nov 23, 2022, 11:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.