ETV Bharat / state

অখিল গগৈক জিএমচিএইচ ত ভৰ্তি

author img

By

Published : Mar 1, 2020, 8:43 AM IST

হঠাৎ কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰে কৃষক নেতা অখিল গগৈ ৷ জ্বৰ আৰু ডায়েবেটিচ ৰোগৰ বাবে কৃষকনেতাগৰাকীক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

Akhil gogoi got admit to GMCH
অখিল গগৈক জিএমচিএইচ ত ভৰ্তি

গুৱাহাটী,1 মাৰ্চঃ অখিল গগৈক জিএমচিএইচ ত ভৰ্তি । শনিবাৰে স্বাস্থ্যৰ অৱনতিৰ ঘটাৰ বাবে তেখেতক ভৰ্তি কৰোৱা হয় জিএমচিএইচত ৷ শনিবাৰে হঠাৎ কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিছিল কৃষক নেতাগৰাকী ৷ জ্বৰ আৰু ডায়েবেটিচ ৰোগৰ বাবে তেখেতক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

অখিল গগৈক জিএমচিএইচ ত ভৰ্তি

লগতে পঢ়ক-মৰাণত বাইক ষ্টাণ্ট প্ৰদৰ্শন কৰি আহত এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.