ETV Bharat / state

জিএমচিএইছত ভৰ্তি কৃষক নেতা অখিল গগৈক

author img

By

Published : Jul 12, 2020, 9:11 AM IST

কাৰাগাৰৰ ভিতৰতেই কোভিড 19 পজিটিভ বুলি ধৰা পৰিছিল কৃষক নেতা অখিল গগৈ ৷ ইয়াৰ পিছতেই শনিবাৰে নিশাই জিএমচিএইছত ভৰ্তি কৰা হয় নেতাগৰাকীক ৷

Akhil Gogoi get admitted to GMCH
অখিল গগৈক জিএমচিএইছত ভৰ্তি

গুৱাহাটী,12 জুলাইঃ শনিবাৰে নিশাই জিএমচিএইছত ভৰ্তি কৰা হয় কৃষক নেতা অখিল গগৈক ৷ উল্লেখ্য যে, কাৰাগাৰৰ ভিতৰতেই কোভিড 19 পজিটিভ বুলি ধৰা পৰিছিল কৃষক নেতাগৰাকী ৷ শনিবাৰে নিশা 108 এম্বুলঞ্চেৰে জিএমচিএইছলৈ অনা হয় অখিল গগৈক ৷

অখিল গগৈক জিএমচিএইছত ভৰ্তি

আনহাতে, চিকিৎসায়লৈ অনা সময়ত নেতাগৰাকীৰ স্বাস্থ্যৰ অবনতি ঘটা পৰিলক্ষিত হয় ৷ সাংবাদিকৰ সন্মুখত কাৰাগাৰত যথেষ্ট অত্যাচাৰৰ সন্মুখীন হোৱাৰ লগতে কষ্ট পোৱা বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক- নতুন মোৰ লৈছে নয়নতৰা বৰুৱা হত্যাকাণ্ডই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.