ETV Bharat / state

Wild Elephant roam free: টীয়কৰ জাঁজীমুখত বন্যহস্তীৰমুক্ত বিচৰণ, আতংকিত অঞ্চলবাসী

author img

By

Published : Oct 26, 2022, 9:56 AM IST

দেৱালীৰ উচাহৰ মাজতে টীয়কৰ জাঁজীমুখত বন্যহস্তীৰ আতংক ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তীৰ জাক (Wild Elephant roam free in Teok) ৷ কামান গাঁৱকে ধৰি বৃহত্তৰ অঞ্চলটোত বন্যহস্তীৰ জাকটোৰ বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷

Wild Elephant roam free in Teok
টীয়কৰ জাঁজীমুখত বন্যহস্তীৰ আতংক

  • দেৱালীৰ উচাহৰ মাজতে টীয়কৰ জাঁজীমুখত বন্যহস্তীৰ আতংক
  • খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিল বন্যহস্তীৰ জাক(Wild Elephant roam free in Teok)
  • কামান গাঁৱকে ধৰি বৃহত্তৰ অঞ্চলটোত বন্যহস্তীৰ জাকটোৰ মুক্ত বিচৰণ পৰিলক্ষিত হৈছে
  • হাতীৰ জাকটোৱে বহুকেইটা পশুধন নিধন কৰাৰ লগতে তচনচ কৰে চাপৰিৰ কেইবাটাও পাম ঘৰৰ লগতে পথাৰৰ শস্য
  • বন বিভাগৰ লোক উপস্থিত হৈ ফটকা ফুটাই হাতী খেদাৰ বাবে কৰিছে প্ৰয়াস
  • ইফালে হাতীৰ আক্ৰমণৰ ভয়ত উজাগৰী নিশা কটাব লগা হৈছে স্থানীয় ৰাইজে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.