ETV Bharat / state

আজিৰে পৰা পুনৰ মাজুলীলৈ আৰম্ভ হ’ব ফেৰী সেৱা

majuli ferry service will continue from today

author img

By

Published : Sep 29, 2020, 10:27 AM IST

Updated : Sep 29, 2020, 11:31 AM IST

10:18 September 29

আজিৰ পৰা নিয়মীয়া সময় সূচীৰে পুনৰ আৰম্ভ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা

আজিৰে পৰা পুনৰ মাজুলীলৈ আৰম্ভ হ’ব ফেৰী সেৱা
আজিৰে পৰা পুনৰ মাজুলীলৈ আৰম্ভ হ’ব ফেৰী সেৱা

মাজুলী, 29 ছেপ্টেম্বৰ : আজিৰে পৰা নিয়মীয়া সময় সূচীৰে পুনৰ আৰম্ভ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা । 

উল্লেখ্য যে, বিগত 26 তাৰিখৰ পৰা বন্ধ হৈ আছিল ফেৰী সেৱা ৷ ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বিপদজনক ভাৱে বৃদ্ধি পোৱাত আৰু পাৰঘাটৰ ৰেম্প অংশ পানীত ডুব যোৱাৰ বাবেই বন্ধ আছিল মাজুলী-নিমাতী ফেৰী সেৱা ৷

ইপিনে সোমবাৰৰ পৰাই নদীৰ পানী কিছু পৰিমানে হ্ৰাস পোৱাৰ বাবে দুই এখন ফেৰী চলিছিল যদিও মঙলবাৰে পুৱাৰে পৰা নিয়মীয়া সময় সূচীৰে পুনৰ মাজুলী-নিমাতী ফেৰীসেৱা আৰম্ভ হয় । 

লগতে পঢ়ক :বি টি আৰ চুক্তিক লৈ সৰৱ বিপিএফ নেত্ৰী মুন মুন ব্ৰহ্ম

Last Updated : Sep 29, 2020, 11:31 AM IST

For All Latest Updates

TAGGED:

Majuli
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.