গোৱালপাৰাত আজি চলিব মাদ্ৰাছা উচ্ছেদ অভিযান

author img

By

Published : Sep 6, 2022, 9:46 AM IST

Eviction drive in Jehadi Madrasa

গোৱালপাৰাত পুনৰ চলিব মাদ্ৰাছা উচ্ছেদ অভিযান (Madrasa eviction drive in Goalpara) ৷ কিন্তু এইবাৰ আৰক্ষী বা প্ৰশাসনে নহয়, এইবাৰ স্থানীয় ৰাইজে চলাব এই উচ্ছেদ অভিযান ৷ দাৰোগাৰ আলগা চৰৰ মছজিদ প্ৰাংগণত থকা মাদ্ৰাছাত চলিব উচ্ছেদ ৷

  • গোৱালপাৰাত পুনৰ চলিব মাদ্ৰাছা উচ্ছেদ অভিযান (Madrasa eviction drive in Goalpara)
  • কিন্তু এইবাৰ আৰক্ষী বা প্ৰশাসনে নহয়, এইবাৰ স্থানীয় ৰাইজে চলাব এই উচ্ছেদ অভিযান
  • দাৰোগাৰ আলগা চৰৰ মছজিদ প্ৰাংগণত থকা মাদ্ৰাছাত আজি চলিব উচ্ছেদ
  • এই মাদ্ৰাছাতে জেহাদী জালাল উদ্দিনে নিয়োগ কৰিছিল বহিঃৰাজ্যৰ দুই শিক্ষকক
  • শিক্ষকৰূপী দুই জেহাদী ক্ৰমে আমিনুল ইছলাম আৰু জাহাঙ্গীৰ আলম বৰ্তমানেও পলাতক
  • ইফালে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল জেহাদী আব্বাছ আলীক
  • উল্লেখ্য, মাদ্ৰাছাটোৰ ইমাম আছিল ধৃত জেহাদী আব্বাছ আলী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.