আজি গোৱালপাৰাৰ এখন মাদ্ৰাছাত চলিব উচ্ছেদ

author img

By

Published : Sep 2, 2022, 10:05 AM IST

Updated : Sep 2, 2022, 10:25 AM IST

Administration Eviction drive in another Jehadi madrasa

মাদ্ৰাছাত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ বৰপেটা, বঙাইগাঁও জিলাৰ পিছত এইবাৰ গোৱালপাৰাৰ এখন মাদ্ৰাছাত চলিব উচ্ছেদ (Eviction drive in Jehadi madrasa) ৷ জানিব পৰা মতে আজি গোৱালপাৰা পাখিউৰা চৰ মাদ্ৰাছাত চলিব উচ্ছেদ অভিযান ৷ যোৱা ২০ আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনকৈ বাংলাদেশী জেহাদী ৷ জেহাদী দুজন ক্ৰমে আব্দুছ সুবাহান আৰু জালাল উদ্দীন ৷ দিৰ্ঘদিনৰে পৰা শিক্ষকৰূপে মাদ্ৰাখনত থাকি চলাই গৈছিল জেহাদী কাৰ্যকলাপ ৷

  • মাদ্ৰাছাত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction drive in Jehadi madrasa)
  • বৰপেটা, বঙাইগাঁও জিলাৰ পিছত এইবাৰ গোৱালপাৰাৰ আন এখন মাদ্ৰাছাত চলিব উচ্ছেদ
  • জানিব পৰা মতে আজি গোৱালপাৰা পাখিউৰা চৰ মাদ্ৰাছত চলিব এই উচ্ছেদ অভিযান
  • যোৱা ২০ আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনকৈ বাংলাদেশী জেহাদী
  • জেহাদী দুজন ক্ৰমে আব্দুছ সুবাহান আৰু জালাল উদ্দীন
  • দিৰ্ঘদিনৰে পৰা শিক্ষকৰূপে মাদ্ৰাখনত থাকি চলাই গৈছিল জেহাদী কাৰ্যকলাপ
  • স্থানীয় ৰাইজৰ সন্দেহ ওপজাত ধৰা পৰাৰ ভয়ত মাদ্ৰাছা এৰি পলায়ন কৰিছিল দুই জেহাদী
  • কিন্তু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় জেহাদী দুজনক
  • বৰ্তমান আৰক্ষীৰ জিম্মাত আছে জেহাদী দুজন
Last Updated :Sep 2, 2022, 10:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.