ETV Bharat / state

Miya museum controversy: মিঞা মিউজিয়াম মুকলি কৰি আটক তনু ধাদুমীয়া

author img

By

Published : Oct 25, 2022, 10:04 PM IST

মিঞা মিউজিয়ামৰ বিতৰ্কই তোলপাল লগাইছে ৰাজ্য ৷ মিঞা মিউজিয়াম মুকলি কৰি আটক হ'ল নাহৰকটীয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ তনু ধাদুমীয়া (Tanu Dhadumia arrested for Miya museum controversy) ৷

Tanu Dhadumia arrested for Mia museum controversy
মিঞা মিউজিয়াম মুকলি কৰি আটক তনু ধাদুমীয়া

  • মিঞা মিউজিয়াম মুকলি কৰি আটক হ'ল তনু ধাদুমীয়া
  • নাহৰকটীয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ আছিল ধাদুমীয়া
  • মিঞা সংগ্ৰহালয় উদ্বোধন কৰিছিল আহোম ৰয়েল ছ’চাইটীৰ মুখ্য সাংগঠনিক সম্পাদক তনু ধাদুমীয়াই
  • মঙলবাৰে নিশা নামৰূপৰ কাৱৈমাৰী গাঁৱৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে ধাদুমীয়াক
  • সম্প্ৰতি তনু ধাদুমীয়াক ডিব্ৰুগড়ৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.