আছুক ওফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয়

author img

By

Published : Sep 25, 2022, 7:38 AM IST

Updated : Sep 25, 2022, 12:22 PM IST

CYSS wins Tingkhang College Students union election

ছাত্ৰ ৰাজনীতিত আপৰ উত্থান ৷ পোনপ্ৰথম বাৰৰ বাবে মহাবিদ্যালয় ৰাজনীতিত আছুক ওফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয় ৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত 'আপ'ৰ ভাতৃ সংগঠন "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি(Chatra Yuva Sangram Samiti)"ৰ ৯ গৰাকীকৈ প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হৈছে ৷

  • ছাত্ৰ ৰাজনীতিত আপৰ উত্থান
  • আছুক ওফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয়
  • পোনপ্ৰথমবাৰৰ বাবে মহাবিদ্যালয় ৰাজনীতিত আপৰ সমৰ্থিত প্ৰাৰ্থীয়ে খোপনি পুতিবলৈ সক্ষম হয়
  • টিংখাং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত 'আপ'ৰ ভাতৃ সংগঠন "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি(CYSS)"ৰ বৃহৎ জয়লাভ
  • ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৯ গৰাকীকৈ প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হৈছে
  • মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সভাপতি পদৰ প্ৰাৰ্থী নিত্যানন্দ শইকীয়া
  • উপ-সভাপতি জবিয়ৰ খাক্ৰা
  • সাংস্কৃতিক সম্পাদক বাৰবী চেতিয়া
  • সহঃ সাধাৰণ সম্পাদক বিশাল জয়ছোৱাল
  • তৰ্ক সম্পাদক ৰহিত টিগা
  • সমাজ সেৱা সম্পাদক বাস্তৱ দাস
  • গুৰু ক্ৰীড়া সম্পাদক মনালিছা চাংমাই
  • আন্তঃ ক্ৰীড়া সম্পাদক জোস্মিতা তামুলী
  • ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা লক্ষীমণি লাহনে জয়লাভ কৰে
  • আন ৫ টা পদত আছু সমৰ্থিত প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হয়
Last Updated :Sep 25, 2022, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.