ETV Bharat / state

মৰাণত পুনৰ ৰে’লৰ খুন্দাত অচিনাক্ত ব্যক্তিৰ মৃত্যু

author img

By

Published : Oct 7, 2022, 1:44 PM IST

মৰাণত পুনৰ ৰে’লৰ খুন্দাত অচিনাক্ত ব্যক্তিৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ মৰাণ আৰু চেপন ৰে'ল ষ্টেচনৰ সমীপতে অৰ্ধ উলংগ অৱস্থাত ৰে'ল লাইনত উদ্ধাৰ হৈছে মৃতদেহটো (Body rescued at Moran)৷

Body rescued at Moran
মৰাণত পুনৰ ৰে’লৰ খুন্দাত অচিনাক্ত ব্যক্তিৰ মৃত্যু

  • মৰাণত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
  • মৰাণ আৰু চেপন ৰে'ল ষ্টেচনৰ সমীপতে ৰে'ল লাইনত উদ্ধাৰ হৈছে মৃতদেহটো
  • অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মৃত ব্যক্তিজনৰ পৰিচয় এতিয়াও জানিব পৰা নাই
  • ৰে’লৰ খুন্দাত মৃত্যু হৈছিল লোকজনৰ
  • ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.