Accident In Mangaldoi: মঙলদৈত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত চাৰিজন

author img

By

Published : Nov 25, 2022, 11:09 AM IST

Road accident in Mangaldoi

মঙলদৈ চহৰৰ মাজ মজিয়াত পুৱাই সংগঠিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাছ কঢ়িয়াই অনা এখন অটো ভান আৰু স্কুল বাছৰ মাজত লাগিল মুখামুখি সংঘৰ্ষ (Auto van and school bus collided head on) ৷

  • মঙলদৈ চহৰৰ মাজ মজিয়াত পুৱাই সংগঠিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা
  • মাছ কঢ়িয়াই অনা এখন অটো ভান আৰু স্কুল বাছৰ মাজত মুখামুখি সংঘৰ্ষ (Auto van and school bus collided head on)
  • DPS স্কুলৰ এই বাছখনত থকা এজন ছাত্ৰৰ লগতে অটো ভানখনত অহা চাৰিগৰাকী মাছ ব্যৱসায়ী গুৰুতৰভাৱে আহত হয়
  • আহত আটাইকেইজনকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.