Livestock recovered in Chirang: চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ ছটাকৈ গৰু

author img

By

Published : Dec 1, 2022, 7:48 AM IST

Smugglers arrested with cattle in Chirang

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিৰাঙতো অব্যাহত আছে গো-ধনৰ অবৈধ সৰবৰাহ ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জিলাখনৰ বৈখুনগাঁৱত চিৰাং আৰক্ষীৰ অভিযান ৷ ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ছটা গৰু(Livestock recovered in Chirang) ৷

  • ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিৰাঙতো অব্যাহত আছে গো-ধনৰ অবৈধ সৰবৰাহ
  • গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জিলাখনৰ বৈখুনগাঁৱত চিৰাং আৰক্ষীৰ অভিযান
  • ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ছটা গৰু(Livestock recovered in Chirang)
  • লগতে জব্দ কৰিলে গৰুখিনি অবৈধভাৱে সৰবৰাহ কৰা এখন বলেৰো পিক আপ বাহন
  • ছাতিপুৰৰ খুদবৰ আলী আৰু হাস্ৰাউবাৰীৰ ছমেদ আলী নামৰ দুই সৰবৰাহকাৰীক আটক(Smugglers arrested)
  • গৰু সৰবৰাহত জড়িত থকাৰ অভিযোগত এজন পশু চিকিৎসককো সোধপোছৰ বাবে আটক
  • অধিক তথ্যৰ বাবে ধৃত আটাইকে আৰক্ষীৰ জেৰা অব্যাহত
    চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ ছটাকৈ গৰু
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.