অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত পিষ্টলসহ আটক এজন

author img

By

Published : Sep 14, 2022, 8:39 PM IST

Updated : Sep 14, 2022, 9:26 PM IST

Man arrested with pistols in Bongaigaon

বঙাইগাঁও জিলাৰ অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত ২ টা পিষ্টলসহ আটক এজন (Man arrested with pistols in Bongaigaon ) ৷ আটকাধীন যুৱকজন কীৰ্ত্তনপাৰা ২ য় খণ্ডৰ ইমৰান হুছেইন বুলি জানিব পৰা গৈছে ৷

  • বঙাইগাঁও জিলাৰ অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত ২ টা পিষ্টলসহ আটক এজন (Man arrested with pistols in Bongaigaon)
  • আটকাধীন যুৱকজন কীৰ্ত্তনপাৰা ২য় খণ্ডৰ ইমৰান হুছেইন বুলি জানিব পৰা গৈছে
  • মহকুমা আৰক্ষী বিষয়াই এক গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান
  • অভয়াপুৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 25(1)A Arms act ৰ অধীনত 407/22 নম্বৰত এটা গোচৰ ৰুজু কৰিছে
  • অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
    অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত পিষ্টলসহ আটক এজন
Last Updated :Sep 14, 2022, 9:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.