ETV Bharat / state

প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধা এবিএমছুকু মাৰীকাটা আঞ্চলিকৰ

author img

By

Published : Nov 26, 2020, 9:44 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ কুমাৰীকাটাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে এবিএমছুৰ কুমাৰীকাটা আঞ্চলিকে । প্ৰয়াত গগৈক শেষ শ্ৰদ্ধা জনাই কুমাৰীকাটা আঞ্চলিক এবিএমছু ৰ সভাপতি বুবুল আলিয়ে কয় যে, তেখেতৰ মৃত্যুকলৈ কুমাৰীকাটা আঞ্চলিক এবিএমছুৰ সকলো বিষয়ববীয়া মৰ্মাহত হৈছে ।

last tribute to tarun gogoi
প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধা এবিএমছুকু মাৰীকাটা আঞ্চলিকৰ

বাক্সা, 26 নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ কুমাৰীকাটাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে এবিএমছুৰ কুমাৰীকাটা আঞ্চলিকে । প্ৰয়াত গগৈক শেষ শ্ৰদ্ধা জনাই কুমাৰীকাটা আঞ্চলিক এবিএমছু ৰ সভাপতি বুবুল আলিয়ে কয় যে, তেখেতৰ মৃত্যুকলৈ কুমাৰীকাটা আঞ্চলিক এবিএমছুৰ সকলো বিষয়ববীয়া মৰ্মাহত হৈছে । গতিকে তেখেতৰ আত্মাই শান্তি লাভ কৰা উদ্দেশ্যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে সভাপতি বুবুল আলিয়ে ৷

last tribute to tarun gogoi
প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধা এবিএমছুকু মাৰীকাটা আঞ্চলিকৰ

অনুষ্ঠানত কুমাৰীকাটা আঞ্চলিক এবিএমছুৰ সভাপতি বুবুল আলিৰ লগতে জিলা সাংগঠনিক সাধাৰণ সম্পাদক হজৰদ আলী, কুমাৰীকাটা আঞ্চলিকৰ সম্পাদক মজনুৰ আলী উপস্থিত থাকে ৷

লগতে পঢ়কঃ চাৰিদুৱাৰত চুৰি মটৰ চাইকেলসহ আটক দুই চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.