অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’ল ভাৰতীয় পুৰুষ হকী দলৰ

author img

By

Published : Aug 3, 2021, 9:24 AM IST

Tokyo Olympics (Hockey): Belgium beat India 5-2 in semifinals

মঙলবাৰে টকিঅ’ অলিম্পিকৰ (Tokyo Olympics) পুৰুষ হকীৰ ছেমি ফাইনেলত বেলজিয়ামৰ হাতত 5-2ৰ ব্যৱধানত পৰাজিত হ’ল ভাৰতৰ ৷

  • অলিম্পিকৰ ছেমি ফাইনেলত পৰাজিত হ’ল ভাৰতীয় পুৰুষ হকী দল
  • বেলজিয়ামৰ বিৰুদ্ধে খেলপথাৰত নামিছিল ভাৰত
  • বেলজিয়ামে 5-2ৰ ব্যৱধানত পৰাজিত কৰে ভাৰতক
    • I’m watching the India vs Belgium Hockey Men’s Semi Final at #Tokyo2020. Proud of our team and their skills. Wishing them the very best!

      — Narendra Modi (@narendramodi) August 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">
  • ভাৰতৰ হৈ গ’ল দুটা প্ৰদান কৰে মনদ্বীপ সিঙ আৰু হৰমনপ্ৰীত সিঙে
  • এতিয়া পৰৱৰ্তী মেছত ব্ৰঞ্জৰ পদকৰ বাবে যুঁজত নামিব ভাৰত
  • আজি বিয়লি দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু জাৰ্মানী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.