ETV Bharat / sports

টীম ইণ্ডিয়াৰ বেটিং বিপৰ্যয়ঃ 5 উইকেটৰ বিনিময়ত সংগ্ৰহ 82 ৰান

author img

By

Published : Jul 10, 2019, 5:41 PM IST

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সংগ্ৰহ 82 ৰান ৷ বেটিং বিপৰ্যয়ৰ সন্মুখীন হ'ল ভাৰতীয় দল ৷

ভাৰত বনাম নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, 10 জুলাই : নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়াৰ শক্তিশালী বেটিং লাইনআপ ৷ মঙলবাৰে বৰষুণৰ বাবে স্থগিত ৰখা মেচখন বুধবাৰে অনুষ্ঠিত হোৱাৰ পাছতে নিউজিলেণ্ডে 8 টা উইকেট হেৰুৱাই 239 ৰান সংগ্ৰহ কৰে ৷

ETV BHARAT ASSAM
ভাৰতীয় দল

ইয়াৰ পাছতে বেটিং কৰিবলৈ নামি অ'পেনাৰদ্বয় কে. এল. ৰাহুল আৰু ৰোহিত শৰ্মাই 1 ৰানকৈ সংগ্ৰহ কৰি পেভিলিয়নলৈ প্ৰত্যাৱৰ্তন কৰে ৷ অধিনায়ক বিৰাট কোহলীয়েও 6 টা বলত 1 ৰান কৰাৰ লগতে দীনেশ কাৰ্তিকে 25 টা বলত 6 ৰান সংগ্ৰহ কৰি আউট হয় ৷ ভাৰতৰ হৈ সৰ্বাধিক 32 ৰান কৰে ঋষভ পন্তে ৷ বৰ্তমান হাৰ্ডিক পাণ্ডিয়াই 30 আৰু এম. এছ. ধোনীয়ে 2 ৰাণত বেটিং কৰি আছে ৷

ETV BHARAT ASSAM
নিউজিলেণ্ড দল

নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে 3 টা আৰু ট্ৰেন্ট ব'ল্টে 1 টা উইকেট দখল কৰে ৷

Intro:Body:

india have reached 71 run


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.