Achurjya Borpatra got engage: জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে আচুৰ্য বৰপাত্ৰ

author img

By

Published : Dec 6, 2022, 11:33 AM IST

Achurjya Borpatra engagement video

যোৰহাটত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে বাগদান কৰে জনপ্ৰিয় সংগীত শিল্পী আচুৰ্য বৰপাত্ৰই ৷ পৰিয়াল তথা বন্ধু-বৰ্গৰ উপস্থিতিত আচুৰ্য-মিনাক্ষীয়ে কাটিলে কেইবাটাও খাপ থকা কেক ( Achurjya Borpatra engagement pictures) ৷ চাওক ভিডিঅ’-

যোৰহাট, 6 ডিচেম্বৰ : যুগ্ম জীৱনৰ আৰম্ভণি কৰাৰ দিশে আগবাঢ়িছে বৰ্তমান প্ৰজন্মৰ জনপ্ৰিয় সংগীত শিল্পী আচুৰ্য বৰপাত্ৰই ৷

Achurjya Borpatra engagement video
জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ

দেৰগাঁৱৰ মিনাক্ষীৰ সৈতে কৰিলে বাগদান ৷ যোৰহাটৰ লিচুবাৰীস্থিত এক বিবাহ ভৱনত ৰাজকীয়ভাৱে সম্পন্ন হৈ যায় এই অনুষ্ঠান ৷

Achurjya Borpatra engagement video
জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ

আঙুঠি পিন্ধোৱা অনুষ্ঠানত উপস্থিত থাকে পৰিয়াল বৰ্গকে ধৰি তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বৰ্গ ৷

আচুৰ্য বৰপাত্ৰৰ জনপ্ৰিয় গান ‘ৰামচন্দ্ৰ আহিছে’ ৰে মুখৰিত হৈ ৰ’ল আঙুঠি পিন্ধোৱা অনুষ্ঠানটি ৷

Achurjya Borpatra engagement video
জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ

সকলোৱে হেপাঁহ পলুৱাই নাচিলে জনপ্ৰিয় গীত বিদূৰভাইৰ তালে তালে ( Achurjya Borpatra engagement video) ৷ চাওক ভিডিঅ’-

জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ

বৰপাত্ৰৰ এই ইংনিছত শুভকামনা জনাবলৈ কণ্ঠশিল্পী নীল আকাশ, তেওঁৰ পত্নী নেনচি, শিল্পী দিক্ষু আৰু তেওঁৰ আন আন বন্ধুবৰ্গ উপস্থিত আছিল ৷

Achurjya Borpatra engagement video
জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ

লগতে পঢ়ক : Mrs India 2022 Sargam Koushal : সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে সৰগম কৌশলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.