ETV Bharat / entertainment

ফিল্মফেয়াৰ এৱাৰ্ড ২০২৪ ৰ মনোনয়ন তালিকা প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 10:18 AM IST

Filmfare Awards 2024: প্ৰতি বছৰৰ দৰেই এইবাৰো ফিল্মফেয়াৰ বঁটাৰ বাবে ছবি আৰু শিল্পীৰ মনোনয়ন প্ৰকাশ পাইছে । এই তালিকাত কোন কেইখন ছবিয়ে আটাইতকৈ বেছি মনোনয়ন লাভ কৰিছে জানো আহক ৷

Filmfare Awards 2024: Nominations list out; Animal picks up 19 nods
ফিল্মফেয়াৰ এৱাৰ্ড ২০২৪

চিটাৰা ডেস্ক, ১৬ জানুৱাৰী: ঘোষণা কৰা হ’ল ফিল্মফেয়াৰ এৱাৰ্ডৰ ৬৯ সংখ্যক সংস্কৰণৰ মনোনয়ন । এই মনোনয়নত এইবাৰ শ্ৰেষ্ঠ অভিনেতা শাখাত মাত্ৰ এজন অভিনেতা শ্বাহৰুখ খানে তেওঁৰ দুখন ছবি ‘জৱান’ আৰু ‘ডাংকি’ৰ বাবে মনোনয়ন লাভ কৰিছে । ইফালে বৰ্তমান সময়ত সকলোৰে হৃদয়ত ঠাই বনোৱা ‘১২th Fail’ ছবিখনেও বহু শাখাত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ১৯টা শাখাত সৰ্বাধিক মনোনয়ন লাভ কৰিছে এনিমেল ছবিখনে । ফিল্মফেয়াৰ এৱাৰ্ড ২০২৪ ৰ মনোনয়নৰ সম্পূৰ্ণ তালিকা -

শ্ৰেষ্ঠ ছবি

১২th Fail

এনিমেল

জৱান

অহ মাই গড ২

পাঠান

ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী

শ্ৰেষ্ঠ পৰিচালক

অমিত ৰায় (অ' মাই গড ২)

এটলী (জৱান)

কৰণ জোহৰ (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

সন্দীপ ৰেড্ডী ভাংগা (এনিমেল)

সিদ্ধাৰ্থ আনন্দ (পাঠান)

বিধু বিনোদ চোপ্ৰা (১২th Fail)

শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক

১২th Fail (বিধু বিনোদ চোপ্ৰা)

ভিৰ (অনুভৱ সিনহা)

ফৰাজ (হানছাল মেহতা)

জোৰাম (দেৱাশীষ মখিজা)

ছেম বাহাদুৰ (মেঘনা গুলজাৰ)

থ্ৰী অৱ অচ (অবিনাশ অৰুণ ধাউৰে)

ঝ্ৱেইগাটো (নন্দিতা দাস)

মুখ্য চৰিত্ৰ, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ)

ৰণবীৰ কাপুৰ (এনিমেল)

ৰণবীৰ সিং (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

শ্বাহৰুখ খান (ডাংকি)

শ্বাহৰুখ খান (জৱান)

ছানী দেওল (Gadar 2)

বিকি কৌশল (ছেম বাহাদুৰ)

শ্ৰেষ্ঠ অভিনেতা সমালোচক

অভিষেক বচ্চন (ঘূমাৰ)

জয়দীপ আহলাৱত (হমাৰে তিন)

মনোজ বাজপেয়ী (জোৰাম)

পংকজ ত্ৰিপাঠী (অ' মাই গড ২)

ৰাজকুমাৰ ৰাও (ভিৰ)

বিকি কৌশল (ছেম বাহাদুৰ)

বিক্ৰান্ত মচ্ছী (১২th Fail )

মুখ্য চৰিত্ৰ, শ্ৰেষ্ঠ অভিনেত্ৰী (মহিলা)

আলিয়া ভাট (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

ভূমি পেডনেকাৰ (Thank you for coming)

দীপিকা পাডুকন (পাঠান)

কিয়াৰা আদৱানী (সত্য প্ৰেম কি কথা )

ৰাণী মুখাৰ্জী (মিচেছ চেটাৰ্জী বনাম নৰৱে)

তাপসী পান্নু (ডাংকি)

শ্ৰেষ্ঠ অভিনেত্ৰী, সমালোচক

দীপ্তি নৌসেনা (গোল্ডফিছ)

ফাতিমা ছানা শ্বেইখ (ঢক ঢক)

ৰাণী মুখাৰ্জী (মিচেছ চেটাৰ্জী বনাম নৰৱে)

ছাইয়ামি খেৰ (ঘূমাৰ)

শ্বাহনা গোস্বামী (জ্ৱেইগাটো)

শ্বেফালি শ্বাহ (থ্ৰী অৱ অচ)

শ্ৰেষ্ঠ অভিনেতা, সহ চৰিত্ৰ (পুৰুষ)

আদিত্য ৰাৱাল (ফৰাজ)

অনিল কাপুৰ (এনিমেল)

ববি দেওল (এনিমেল)

ইমৰাণ হাছমী (টাইগাৰ ৩)

তৌতা ৰয় চৌধৰী(ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

বিকি কৌশল (ডাংকি)

শ্ৰেষ্ঠ অভিনেতা, সহ চৰিত্ৰ (মহিলা)

জয়া বচ্চন (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

ৰত্ন পাঠক শ্বাহ (ঢক ঢক)

শ্বাবানা আজমী (ঘূমাৰ)

শ্বাবানা আজমী (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

তৃপ্তি ডিমৰী (এনিমেল)

য়ামী গৌতম (অ' মাই গড ২)

শ্ৰেষ্ঠ গীতৰ কথা

অমিতাভ ভট্টাচাৰ্য (তেৰে বাস্তে-জাৰা হাটকে জাৰা বাচকে)

অমিতাভ ভট্টাচাৰ্য (তুম ক্যা মিলে – ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী)

গুলজাৰ (ইতনি ছি বাত- ছেম বাহাদুৰ)

জাভেদ আখতাৰ (নিকলে থে কভি হাম ঘৰ ছে - ডাংকি)

কুমাৰ (চালেয়া-জৱান)

সিদ্ধাৰ্থ- গৰিমা (সত্ৰংগা- এনিমেল)

স্বানন্দ কিৰকিৰে আৰু আই পি সিং (লুট পুট গয়া- ডাংকি)

শ্ৰেষ্ঠ সংগীত এলবাম

এনিমেল (প্ৰীতম, বিশাল মিশ্ৰ, মনন ভাৰদ্বাজ, শ্ৰেয়াস পুৰাণিক, জানি, ভূপিন্দৰ বব্বল, আশীম কেমচন, হৰ্ষবৰ্ধন ৰামেশ্বৰ, গুৰিন্দৰ ছিগাল)

ডাংকি (প্ৰীতম)

জৱান (অনিৰুধ ৰবিচন্দৰ)

পাঠান (বিশাল আৰু শেখৰ)

ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী (প্ৰীতম)

তু ঝুঠি মে মক্কাৰ (প্ৰীতম)

জাৰা হাটকে জাৰা বাচকে (শচীন-জিগাৰ)

শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ)

অৰিজিত সিং (লুট পুট গয়া- ডাংকি)

অৰিজিত সিং (সত্ৰংগা- এনিমেল)

ভূপিন্দৰ বব্বল (আৰ্জান বেলী- এনিমেল)

শ্বাহিদ মাল্যা (কুদমাই- ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

চনু নিগম (নিকলে থে কভি হাম ঘৰ ছে - ডাংকি)

বৰুণ জৈন, শচীন- জিগাৰ, শদাব ফৰিদী, অলতামাশ ফৰিদী (তেৰে বাস্তে ফলক- জাৰা হাটকে জাৰা বাচকে)

শ্ৰেষ্ঠ প্লেবেক গায়ক (মহিলা)

দীপ্তি সুৰেশ (আৰাৰাৰী ৰাৰো- জৱান)

জোনিতা গান্ধী (হে ফিকাৰ- চুৱাহ ৮ বাজে মেট্ৰ’)

শিল্পা ৰাও (বেশৰাম ৰং-পাঠান)

শিল্পা ৰাও (চালেয়া-জৱান)

শ্ৰেয়া ঘোষাল (তুম ক্যা মিলে-ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

শ্ৰেয়া ঘোষাল (বে কমলীয়া- ৰকি ঔৰ ৰাণী কি লাভ ষ্ট’ৰী)

শ্ৰেষ্ঠ কাহিনী

অমিত ৰায় (অ’ মাই গড ২)

অনুভৱ সিনহা (ভিৰ)

এটলী (জৱান)

দেৱাশীষ মাখিজা (জোৰাম)

ইশিতা মইত্ৰ, শশাংক খাইতন আৰু সুমিত ৰায় (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

কৰণ শ্ৰীকান্ত শৰ্মা (সত্য প্ৰেম কি কথা)

পাৰিজাত যোশী আৰু তৰুণ দুডেজা (ঢক ঢক)

সিদ্ধাৰ্থ আনন্দ (পাঠান)

শ্ৰেষ্ঠ স্ক্ৰিপট

অমিত ৰায় (অ' মাই গড ২)

ইশিতা মইত্ৰ, শশাংক খাইতন আৰু সুমিত ৰায় (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

ওমকাৰ অচ্যুত বৰভে, অৰ্পিতা চেটাৰ্জী আৰু অবিনাশ অৰুণ ধাউৰে (থ্ৰী অৱ অচ )

সন্দীপ ৰেড্ডী ভাংগা, প্ৰাণয় ৰেড্ডী ভাংগা আৰু সুৰেশ বান্দাৰু (এনিমেল)

শ্ৰীধৰ ৰাঘৱন (পাঠান)

বিধু বিনোদ চোপ্ৰা (১২th Fail )

শ্ৰেষ্ঠ সংলাপ

আব্বাছ তায়ৰৱালা (পাঠান)

অমিত ৰায় (অ' মাই গড ২)

ইশিতা মইত্ৰ (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

সুমিত অৰোৰা (জৱান)

বৰুণ গ্ৰভাৰ আৰু শ্বোয়াইব জুলফি নাজিৰ (থ্ৰী অৱ অচ)

বিধু বিনোদ চোপ্ৰা (১২th Fail )

শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক’ৰ

আলোকানন্দ দাসগুপ্ত (থ্ৰী অৱ অচ)

হৰ্ষবৰ্ধন ৰামেশ্বৰ (এনিমেল)

কেৰেল এণ্টনিন (অৱআহ)

কেতন সোধা (ছেম বাহাদুৰ)

সঞ্চিত বলহাৰা, অংকিত বলহাৰা (পাঠান)

শান্তনু মইত্ৰ (১২th Fail )

তাপচ ৰেলিয়া (গোল্ড ফিশ )

শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী

অমিত ৰায় (এনিমেল)

অবিনাশ অৰুণ ধাউৰে আই এছ চি (থ্ৰী অৱ অচ)

জি.কে. বিষ্ণু (জৱান)

মনুষ নন্দন আই এছ চি (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

প্ৰথম মেহতা (ফৰাজ)

ৰঙাৰাজন ৰামাবদ্ৰন (১২th Fail )

সচিথ পাউলোজ (পাঠান)

শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন

অমৃতা মহল নাকাই (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

নিখিল কোভালে (অ' মাই গড ২)

প্ৰশান্ত বিডকাৰ (১২th Fail )

ৰীতা ঘোষ (Zwigato)

সুব্ৰত চক্ৰৱৰ্তী আৰু অমিত ৰায় (ছেম বাহাদুৰ)

সুৰেশ চেলভাৰজন (এনিমেল)

টি মুথুৰাজ (জৱান)

শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইন

মালবিকা বাজাজ (১২th Fail )

মনীষ মালহোত্ৰা, একা লখানী (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

শচীন লাভলেকাৰ, দিব্য গম্ভীৰ আৰু নিধি গম্ভীৰ (ছেম বাহাদুৰ)

শালীনা নাইথানী, কবিতা জে, অনিৰুদ্ধ সিং আৰু দীপিকা লাল (জৱান)

শলিনা নাইথানী, মমতা আনন্দ, নিহাৰিকা জলী (পাঠান)

শীতল শৰ্মা (এনিমেল)

শ্ৰেষ্ঠ শব্দ ডিজাইন

অনিতা খুছৱাহা (ভিৰ)

কুনাল শৰ্মা (এম পি এছ ই) (ছেম বাহাদুৰ)

মানস চৌধুৰী, গণেশ গংগাধৰণ (পাঠান)

মানৱ শ্ৰোত্ৰীয়া (১২th Fail )

মন্দৰ কুলকাৰ্ণী (ফৰাজ)

সিংক চিনেমা (এনিমেল)

Vineet D'Souza (থ্ৰী অৱ অচ)

শ্ৰেষ্ঠ সম্পাদনা

আৰিফ শইখ (পাঠান)

অতনু মুখাৰ্জী (অফৱাহ)

যশকুঁৱৰ কোহিল- বিধু বিনোদ চোপ্ৰা (১২th Fail )

ৰুবেন (জৱান)

সন্দীপ ৰেড্ডী ভাংগা (এনিমেল)

সুৱীৰ নাথ (অ' মাই গড ২)

শ্ৰেষ্ঠ একশ্যন

কেছি অ'নিল, ক্ৰেগ মেকক্ৰে, সুনীল ৰড্ৰিগেছ (পাঠান)

ফ্ৰান্স স্পিলহাউছ, অহ ছি ইয়ং, সুনীল ৰড্ৰিগেজ (টাইগাৰ ৩)

পাৰভেজ শইখ (ছেম বাহাদুৰ)

ৰবি ভাৰ্মা, শাম কৌশল, আব্বাছ আলী মোগল আৰু টিনু ভাৰ্মা (গদৰ ২)

স্পাইৰো ৰাজাটছ, এনেল আৰাছু, ক্ৰেগ মেকক্ৰে, ইয়ানিক বেন, কেচা খাম্ফাকাদি আৰু সুনীল ৰড্ৰিগেছ (জৱান)

পৰম সুন্দৰ (এনিমেল)

টিম মান আৰু বিক্ৰম দহিয়া (গণপত)

শ্ৰেষ্ঠ ভিএফএক্স

ডু ইট ক্ৰিয়েটিভ লিমিটেড, এন ৱাই ভিএফএক্সৱালা, ভিজুৱেল বাৰ্ডছ, ৰেড চিলিজ ভিএফএক্স, ফেমছ ষ্টুডিঅ’ (এনিমেল)

Prisca, পিক্সেল স্টুডিও (Mutiny 2)

ৰেড চিলিজ ভিএফএক্স (জৱান)

YFX (পাঠান)

শ্ৰেষ্ঠ কোৰিঅ’গ্ৰাফী

বস্কো-চিজাৰ (ঝুমে জো পাঠান-পাঠান)

গণেশ আচাৰ্য (লুট পুট গয়া- ডাংকি)

গণেশ আচাৰ্য (তেৰে ৱাচতে ফলক-জৰা হাটকে জৰা বাচকে)

গণেশ আচাৰ্য (ক্যা ঝুমকা? - ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

শ্বোবি পৌলৰাজ (জিন্দা বান্দা- জৱান)

বৈভৱী ব্যৱসায়ী (ধিনদোৰা বাজে- ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী)

লগতে পঢ়ক: ক্ৰিটিকছ চইছ এৱাৰ্ডছ ২০২৪ৰ বিজয়ীৰ নাম ঘোষণা, অপেনহাইমাৰ-বাৰ্বিৰ পুনৰ সফলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.