ডুমডুমাত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Sep 23, 2022, 9:20 PM IST

drugs seized at doom dooma

ডুমডুমাৰ সমীপৰ বিছাকুপি চাহ বাগিচাপ পৰা ড্ৰাগছসহ আটক দুজন (drugs seized at doom dooma) ৷

  • ডুমডুমাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে (Anti drug operation)
  • ডুমডুমাৰ সমীপৰ বিছাকুপি চাহ বাগিচাপ পৰা ড্ৰাগছসহ আটক দুজন (drugs seized at doom dooma)
  • দুলীয়াজানৰ সুনিতা দাস আৰু ডুমডুমা হানচৰাৰ বিজয় পালক ড্ৰাগছসহ হাতে-লোটে কৰায়ত্ত (Two arrested with drugs)
  • ৩ টা বাকচত ডুমডুমা হানচৰাৰ বিজয় পালক বিক্ৰী কৰিবলৈ দুলীয়াজানৰ সুনিতা দাসে এই ড্ৰাগছখিনি আনিছিল (Drugs smuggling in Tinsukia)
  • গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা আৰু ডুমডুমা আৰক্ষী থানাৰ বিষয়া দিব্যজ্যোতি দত্তই জব্দ কৰে ড্ৰাগছখিনি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.