তেজপুৰৰ চতুৰ্থ ক’ৰত সেনা জোৱানৰ আত্মহত্যা

author img

By

Published : Sep 20, 2022, 11:42 AM IST

army-jawan-shoots-himself-to-death-in-tezpur

তেজপুৰৰ চতুৰ্থ ক’ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিজৰ চাৰ্ভিছ পিষ্টলৰে গুলিয়াই আত্মহত্যা এজন সেনা জোৱানৰ ৷ মৃত জোৱানজন পাঞ্জাৱৰ অমৃত সিং বুলি জানিব পৰা হৈছে ৷

  • তেজপুৰত ভাৰতীয় সেনাৰ এজন জোৱানৰ আত্মহত্যা(Army jawan commits suicide in Tezpur)
  • প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰী কৰিছে এই তথ্য
  • তেজপুৰ চতুৰ্থ ক’ৰত কৰ্তব্যৰত আছিল জোৱান
  • নিজৰ চাৰ্ভিছ পিষ্টলৰে গুলিয়াই আত্মহত্যা কৰাৰ কথা সেনা জোৱানজনে(Army Jawan shoots himself)
  • মৃত জোৱানজন পাঞ্জাৱৰ অমৃত সিং
  • বৰ্তমানলৈ জানিব পৰা হোৱা নাই জোৱানজনৰ আত্মহত্যাৰ কাৰণ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.