গুৱাহাটীত ৰে’ল আৰক্ষীয়ে জব্দ কৰিলে 32 টা ম’হ ভৰ্তি ট্ৰাক

author img

By

Published : Sep 30, 2022, 11:26 AM IST

Buffalo seized by New Guwahati Railway Police in Guwahati

গুৱাহাটীত ম’হ ভৰ্তি ট্ৰাক জব্দ ৷ গুৱাহাটীৰ বামুনিমৈদামৰ নিউ গুৱাহাটী ৰে’ল ষ্টেচনত (New Guwahati Railway Station) বহিঃৰাজ্যৰ পৰা চোৰাংভাৱে বিক্ৰীৰ বাবে আনিছিল 32 টা ম’হ (Buffalo seized by New Guwahati Railway Police) ৷

  • গুৱাহাটীত ম’হ ভৰ্তি ট্ৰাক জব্দ (Illegal transportation of Buffalo)
  • ৰেলযোগে বহিঃৰাজ্যৰ পৰা চোৰাংভাৱে সৰবৰাহৰ সন্দেহত বামুনিমৈদামৰ নিউ গুৱাহাটী ৰেলৱে ষ্টেচনত উদ্ধাৰ 32 টা ম’হ (New Guwahati Railway Station)
  • ৰে’লৰ পৰা ম’হ কেইটা নমাই AS 01 NC 4826 নম্বৰৰ ট্ৰাকেৰে সৰবৰাহৰ সময়তে ৰে’ল আৰক্ষীয়ে জব্দ কৰে ম’হকেইটা
  • AK Mandal Enterprises নামেৰে এটা প্ৰতিষ্ঠানৰ নামত দিল্লীৰ এখন ফাৰ্মৰ পৰা অনা হৈছিল এই ম’হকেইটা
  • উদ্ধাৰ কৰা ম’হ কেইটাৰ ভিতৰত আছে ১৬ টা পোৱালী আৰু ১৬ টা প্ৰাপ্তবয়স্ক ম'হ
  • ৰেলযোগে সৰবৰাহ কৰা ম’হকেইটাৰ যাৱতীয় নথিপত্ৰ বিচাৰি ইতিমধ্যে ৰে’ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.