লোক সংস্কৃতিবিদ ড৹ প্ৰবীণ চন্দ্ৰ দাসৰ দেহাৱসান

author img

By

Published : Sep 4, 2022, 7:05 AM IST

notable educationist prabin chandra das passed away

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা লোক সংস্কৃতিবিদ ড৹ প্ৰবীন চন্দ্ৰ দাসৰ দেহাৱসান ৷

  • লোক সংস্কৃতিবিদ ড৹ প্ৰবীণ চন্দ্ৰ দাসৰ দেহাৱসান
  • 26 আগষ্টত নগাঁৱৰ এখন মহাবিদ্যালয়ত ভাষণ দি থকা অৱস্থাতে হঠাৎ ঢলি পৰে ড৹ দাস
  • ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছিল শিক্ষাবিদগৰাকী
  • হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আছিল ড৹ প্ৰবীণ চন্দ্ৰ দাস
  • নিশা প্ৰায় 12.30 বজাত ড৹ প্ৰবীণ চন্দ্ৰ দাসে শেষ নিশ্বাস ত্যাগ কৰে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.