ETV Bharat / business

বৃহৎ বিমানেৰে স্পাইচজেট ভাৰতৰ চতুৰ্থ বিমান প্ৰতিষ্ঠান হিচাপে অন্তৰ্ভুক্ত

author img

By

Published : May 27, 2019, 2:41 PM IST

বিমান সেৱা প্ৰদানকাৰী সংস্থা স্পাইচজেটে বয়িং 737 বিমান অন্তৰ্ভুক্ত কৰাৰ কথা দেওবাৰে ঘোষণা কৰে ৷ ইয়াৰ লগতে কোম্পানীটোৰ  বৃহৎ বিমানৰ সংখ্যা 100 খনলৈ বৃদ্ধি পালে ৷

বৃহৎ বিমানেৰে স্পাইচজেট ভাৰতৰ চতুৰ্থ বিমান প্ৰতিষ্ঠান হিচাপে অন্তৰ্ভুক্ত

নিউজ ডেস্ক 27 মেঃ ঘৰুৱা বিমান সেৱা প্ৰদানকাৰী সংস্থা স্পাইচজেটে বয়িং 737 বিমান অন্তৰ্ভুক্ত কৰাৰ কথা দেওবাৰে ঘোষণা কৰে ৷ ইয়াৰ লগতে কোম্পানীটোৰ বৃহৎ বিমানৰ সংখ্যা 100 খনলৈ বৃদ্ধি পালে ৷ স্পাইচজেটৰ এই ঘোষণাৰ লগে লগে চতুৰ্থ ভাৰতীয় কোম্পানী হিচাপে অন্তৰ্ভুক্ত হ’ল যাৰ নিজৰ 100 খন বৃহৎ বিমান আছে ৷ ইয়াৰ আগতে এয়াৰ ইণ্ডিয়া, অস্থায়ী ভাৱে বন্ধ হৈ থকা জেট এয়াৰৱেজ আৰু ইণ্ডিগ’ৰ 100 খনতকৈ অধিক বৃহৎ বিমান আছে ৷ বৰ্তমান সময়ত আঠ ভাৰতীয় বিমান প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়া, ইণ্ডিগ, স্পাইচজেট, গএয়াৰ, এয়াৰ ইণ্ডিয়া এক্সপেছ, ভিস্তাৰা, এয়াৰ এচিয়া আৰু এলায়েন্স ৰ লগত সংযুক্ত ভাৱে 595 খন বিমান আছে ৷

স্পাইচজেটৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতি মতে প্ৰতিষ্ঠানটোৱে কেৱল যোৱা 23 মাহতে বৃহৎ বিমানৰ বৃদ্ধি দ্ৰুতগতিত হ’বলৈ ধৰে ৷ স্পাইচজেটৰ ছেয়াৰমেন অজয় সিঙে মন্তব্য কৰিছে যে 2014 চনত যিটো বিমান প্ৰতিষ্ঠান বন্ধ হোৱাৰ উপক্ৰম হৈছিল কিন্তু বৰ্তমান 2019 ত আমাৰ হাতত 100 খন বৃহৎ বিমান অন্তৰ্ভুক্ত হল ৷ প্ৰতিষ্ঠানটোৰ হাতত এতিয়া বয়িঙ 737 বিমান 68 খন বিমান, বামবাৰ্ডিয়াৰ ক্যু-400 বিমান 30 খন আৰু 2 খন বি737 ফাইটাৰ বিমান আছে ৷ প্ৰতিষ্ঠানটোৱে দৈনিক গড়ে 62 টা স্থানত 575 বাৰ অহা যোৱা কৰে ৷

spicejet-adds-100th-plane-to-fleet-4th-domestic-airline-to-do-so-1

বৃহৎ বিমানেৰে স্পাইচজেটে ভাৰতৰ চতুৰ্থ প্ৰতিষ্ঠান হিচাপে অন্তৰ্ভুক্ত

নিউজ ডেস্ক 27 মেঃ ঘৰুৱা বিমান সেৱা প্ৰদানকাৰী সংস্থা স্পাউচজেটে বয়িং 737 বিমান চামিল কৰাৰ কথা দেওবাৰে ঘোষণা কৰে৷ ইয়াৰ লগতে কোম্পানীটোৰ ডাঙৰ বিমানৰ সংখ্যা 100 খনলৈ বৃদ্ধি পালে৷ স্পাইচজেটৰ এই ঘোষণাৰ লগে লগে  চতুৰ্থ  ভাৰতীয় কোম্পানী হিচাপে অন্তৰ্ভুক্ত হ’ল যাৰ নিজা 100 খন ডাঙৰ বিমান আছে৷ ইয়াৰ আগতে এয়াৰ ইণ্ডিয়া, অস্থায়ী ভাৱে বন্ধ হৈ থকা জেট এয়াৰৱেজ আৰু ইণ্ডিগৰ 100 খনতকৈ অধিক ডাঙৰ বিমান আছে৷ বৰ্তমান সময়ত আঠ ভাৰতীয় বিমান প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়া, ইণ্ডিগ, স্পাইচজেট, গএয়াৰ, এয়াৰ ইণ্ডিয়া এক্সপেছ, ভিস্তাৰা, এয়াৰ এচিয়া আৰু এলায়েন্স ৰ লগত সংযুক্ত ভাৱে 595 খন বিমান আছে৷ স্পাইচজেটৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃত্তি মতে প্ৰতিষ্ঠানোটোৱে কেৱল যোৱা 23 মাহতে ডাঙৰ বিমানৰ বৃদ্ধি দ্ৰুতগতিত হবলৈ ধৰে৷ স্পাইচজেটৰ ছেয়াৰমেন অজয় সিঙে মন্তব্য কৰিছে যে 2014 চনত যিটো বিমান প্ৰতিষ্ঠান বন্ধ হোৱাৰ উপক্ৰম হৈছিল কিন্তু 2019 ত আমাৰ হাতত 100 খন ডাঙৰ বিমান অন্তৰ্ভুক্ত হল৷ প্ৰতিষ্ঠানটোৰ হাতত এতিয়া বয়িঙ 737 বিমান 68 খন বিমান, বামবাৰ্ডিয়াৰ ক্যু-400 বিমান 30 খন আৰু 2 খন বি737 ফাইটাৰ বিমান আছে৷ প্ৰতিষ্ঠানটোৱে দৈনিক গড়ে 62 টা স্থানত 575 টা স্থানলৈ অহা যোৱা কৰে৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.