ETV Bharat / business

বিনিয়োগৰ বাবে কৰ্পৰেট কৰ হ্ৰাস কৰাটো প্ৰয়োজনীয়ঃ সুব্ৰমণিয়াম

author img

By

Published : Nov 29, 2019, 5:05 PM IST

কৰ্পৰেট কৰ 30 শতাংশৰ পৰা 22 শতাংশলৈ হ্ৰাস কৰা হৈছে ৷ বিদেশী উৎপাদনকাৰীয়ে ভাৰতত বিনিয়োগৰ ক্ষেত্ৰত 15 শতাংশ ৰেহাইৰ ব্যৱস্থা ৷

Cut in corporate tax rate important for investments: CEA Subramanian
সুব্ৰমণিয়াম

নিউজ ডেস্কঃ মুখ্য অৰ্থনৈতিক উপদেষ্টা কে ভি সুব্ৰমণিয়ামে শুকুৰবাৰে কয় যে, বিনিয়োগ বৃদ্ধিৰ বাবে চৰকাৰে কৰ্পৰেট কৰ হ্ৰাস কৰাত গুৰুত্ব দিছে ৷ লগতে তেওঁ কয় যে, "কৰ্পৰেট টেক্স বিনিয়োগৰ বাবে গুৰুত্বপূৰ্ণ"

বিগত কেইবাটাও ত্ৰিমাশিকত উন্নয়ন পূৰ্বৰ দৰে হোৱা নাই বুলি উল্লেখ কৰে মুখ্য অৰ্থনৈতিক উপদেষ্টা গৰাকীয়ে ৷ সেয়ে চৰকাৰে বিনিয়োগৰ ওপৰত গুৰুত্ব দি বিনিয়োগকাৰীক যাতে আকৰ্ষণ কৰিব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰাৰ সিন্ধান্ত লোৱা বুলি সদৰি কৰে সুব্ৰমণিয়ামে ৷

2019-20 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাশিকত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল 5 শতাংশ ৷ এই হাৰ ছবছৰৰ ভিতৰতেই নিম্নমানৰ আছিল ৷ চৰকাৰে এই মন্দাৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ কেবাটাও উপায় নিৰ্ধাৰণ কৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত চেপ্তেম্বৰ মাহত কৰ্পৰেট কৰ 30 শতাংশৰ পৰা 22 শতাংশলৈ হ্ৰাস কৰা হৈছিল ৷ ইয়াৰ লগতে নতুন বিদেশী উৎপাদক উদ্যোগক আকৰ্ষণ কৰিবলৈ বিনিয়োগৰ ক্ষেত্ৰত 15 শতাংশ কৰ ৰেহাই দিয়া হৈছে ৷

লগতে পঢ়কঃ এতিয়াৰে পৰা 100 টকাত লাভ কৰিব প্ৰতি কেজি পিয়াঁজ !

Intro:Body:

বিনিয়োগৰ বাবে কৰ্পোৰেট কৰ হ্ৰাস কৰাটো প্ৰয়োজনীয়ঃ সুব্ৰমণিয়াম

কৰ্পৰেট কৰ 30 শতাংশৰ পৰা 22 শতাংশলৈ হ্ৰাস কৰা হৈছে ৷ বিদেশী উৎপাদকাৰীয়ে ভাৰতত বিনোয়গৰ ক্ষেত্ৰত 15 শতাংশ ৰেহাইৰ ব্যৱস্থা ৷

নিউজ ডেস্কঃ মূখ্য অৰ্থনৈতিক উপদেষ্টা কে ভি সুব্ৰমণিয়ামে  শুকুকবাৰে কয় যে, বিনিয়োগ বৃদ্ধিৰ বাবে চৰকাৰে কৰ্পোৰেট কৰ হ্ৰাস কৰাৰ বাবে গুৰুত্ব দিছে ৷ লগতে তেওঁ কয় যে, "কৰ্পৰেট টেক্স বিনিয়োগৰ বাবে গুৰুত্বপূৰ্ণ"

বিগত কেইবাটাও ত্ৰিমাশিকত উন্নয়ন পূৰ্বৰ দৰে হোৱা নাই বুলি উল্লেখ কৰে মূখ্য অৰ্থনৈতিক উপদেষ্টা গৰাকীয়ে ৷ সেয়ে চৰকাৰে বিনিয়োগৰ ওপৰত গুৰুত্ব দি বিনিয়োগকাৰিক যাতে আকৰ্ষণ  কৰিব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰাৰ সিন্ধান্ত লোৱা বুলি সদৰি কৰে সুব্ৰমণিয়ামে ৷

2019-20 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাশিকত ভাৰতৰ অৰ্থনীতৈক বিকাশৰ হাৰ আছিল 5 শতাংশ ৷ এই হাৰ ছবছৰৰ ভিতৰতেই নিম্নমানৰ আছিল ৷ চৰকাৰে এই মন্দাবস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ কেবাটাও উপায় নিৰ্ধাৰণ কৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত চেপ্তেম্বৰ মাহত কৰ্পৰেট কৰ 30 শতাংশৰ পৰা 22 শতাংশলৈ হ্ৰাস কৰা হৈছিল ৷ ইয়াৰ লগতে নতুন  বিদেশী উৎপাদক উদ্যোগক আকৰ্ষণ কৰিবলৈ বিনিয়োগৰ ক্ষেত্ৰত 15 শতাংশ কৰ ৰেহাই দিয়া হৈছে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.