ETV Bharat / business

আৰম্ভ হ'ল এয়াৰ ইণ্ডিয়াৰ টিকট পঞ্জীয়ন প্ৰক্ৰিয়া

author img

By

Published : May 22, 2020, 12:46 PM IST

শেহতীয়াকৈ ভাৰত চৰকাৰৰ পৰা ঘৰুৱা বিমান চলাচলৰ অনুমতি প্ৰদান কৰাৰ পাচতেই 22 মে'ৰ দিনৰ 12.30 বজাৰ পৰা এয়াৰ ইণ্ডিয়া বিমানৰ টিকটৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়া হয় ।

air india will start booking domestic flight from 12.30 pm today
air india will start booking domestic flight from 12.30 pm todayair india will start booking domestic flight from 12.30 pm today

নিউজ ডেস্ক, 22 মে': 22 মে' ৰ পৰা টিকটৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ এয়াৰ ইণ্ডিয়া বিমানৰ । এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ ফালৰ পৰা টুইটাৰ যোগে 22 মে' ৰ দিনৰ 12.30 বজাৰ পৰা টিকট পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰা হয় । airindia.in ত লগ্ ইন কৰি তথা ট্ৰেভেল এজেঞ্চীৰ দ্বাৰাও যাত্ৰীসকলে টিকট পঞ্জীয়ন কৰিব পাৰিব ৷

ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদ্বীপ পুৰীয়ে ঘৰুৱা বিমান আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছিল । যোৱা 23 মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান আৰু 25 মাৰ্চৰ পৰা ঘৰুৱা বিমান চলাচলত নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

  • #FlyAI : Good News !
    Our Domestic Flight Bookings will start from 1230 hrs today. To book login to https://t.co/T1SVjRD6o5 or contact authorised travel agents or visit our booking offices or call customer care . #Flythenewnormal

    — Air India (@airindiain) May 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

শেহতীয়াকৈ অহা 25 মে'ৰ পৰা দেশজুৰি ঘৰুৱা বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হয় । অৱশ্যে এতিয়াও আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰখা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.