Daily Horoscope for 7th December: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Dec 7, 2021, 5:31 AM IST

Daily Horoscope

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ শান্ত হৈ কৰ্ম কৰক ৷

বৃষ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ গ্ৰহসমূহৰ স্থান অনুন্নত ৷ নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷

মিথুন ৰাশি : দিনটো শুভ ৷ পৰিয়ালক সৈতে সম্পৰ্ক উন্নত ৷ অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ৷ আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে ৷ যোগাসন কৰক ৷

কৰ্কট ৰাশি : দিনটো আনন্দময় হ’ব ৷ কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিৱেশে আপোনাৰ মন সলনি কৰিব পাৰে ৷ মানসিক আৰু শাৰীৰিক স্থিতি আজি সৰ্বশ্ৰেষ্ঠ হৈ থাকিব ৷ কোনো বৌদ্ধিক চৰ্চাত ভাগ লোৱাৰ বাবে উত্তম সময় ৷ সমাজত নাম খ্যাতি লাভ কৰিব পাৰে ৷

সিংহ ৰাশি : অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব ৷ দিনটো প্ৰায় শুভ ৷ সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ৷

কন্যা ৰাশি : দিনটো এলাহ অনুভৱ কৰিব পাৰে ৷ আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰাৰ পৰা বিৰত থাকক ৷

তুলা ৰাশি : পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ সদস্যৰ ভালদৰে যতন লওক ৷ আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷

বৃশ্চিক ৰাশি : প্ৰতিভাৰ সদব্যৱহাৰ কৰক ৷ নতুন কাপোৰ কিনিবলৈ বজাৰলৈ যাব পাৰে ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷

ধনু ৰাশি : দিনটো শুভ ৷ আৰ্থিক লাভ ৷ কৰ্মত সফলতা ৷ সন্ধিয়া মন্দিৰ দৰ্শন কৰক ৷ ঘৰত তথা কৰ্মস্থলীত মানসিক চাপ অনুভৱ কৰিব ৷ অপ্ৰয়োজনীয় ব্যয় কৰাৰ পৰা বিৰত থাকক ৷

মকৰ ৰাশি : এলাহ ভাৱ পৰিহাৰ কৰক ৷ প্ৰিয়জনৰ সৈতে বিবাদত হ’ব পাৰে ৷ ধ্যান কৰক ৷ ঘৰৰ পৰিৱেশ শান্ত আৰু আনন্দময় হ’ব ৷ বৈবাহিক জীৱন আনন্দময় ৷

কুম্ভ ৰাশি : এলাহ ভাৱ পৰিহাৰ কৰক ৷ দিনটো পৰিয়াল আৰু প্ৰেমত শুভ ৷

মীন ৰাশি : দিনটো আনন্দময় হ’ব ৷ ব্যৱসায়ে বিস্তাৰ কৰিব পাৰে, লাভাৰ্জন ৷ আয়-ব্যয় বৃদ্ধি ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.