ETV Bharat / bharat

পুঞ্চ জিলাত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

author img

By

Published : Feb 2, 2021, 9:46 PM IST

পুঞ্চ জিলাত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন
পুঞ্চ জিলাত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

পুঞ্চ জিলাৰ মানকোট অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাত পুনৰ যুদ্ধ বিৰতি উলংঘন কৰিলে পাকিস্তানে । ভাৰতীয় সেনাই উপযুক্তভাৱে ইয়াৰ উত্তৰ দিয়াৰ কথা জনাই সেনা বাহিনীয়ে ।

নিউজ ডেস্ক , ২ ফেব্ৰুৱাৰী : শেহতীয়াকৈ একেৰাহে যুদ্ধ বিৰতি উলংঘন কৰি আহিছে পাকিস্তানে । মঙলবাৰে পুঞ্চ জিলাৰ মানকোট অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাত পুনৰ যুদ্ধ বিৰতি উলংঘন কৰিলে পাকিস্তানে । ভাৰতীয় সেনাই জনোৱা মতে ২ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ২.৪৫ বজাত পাকিস্তানে জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাত সৰু অস্ত্ৰেৰে গুলীচালনা আৰু মৰ্টাৰেৰে গুলীচালনা কৰি যুদ্ধবিৰতি উলংঘন কৰে। ভাৰতীয় সেনাই ইয়াৰ উপযুক্তভাৱে উত্তৰ দিয়াৰ কথা জনাই সেনা বাহিনীয়ে । ইয়াৰ আগতে ২১ জানুৱাৰীত পাকিস্তানে পঁচাত যুদ্ধ বিৰতি উলংঘন কৰিছিল য'ত এজন সেনা নিহত হৈছিল ।

লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতো সুৰক্ষা বিচাৰি নিৰাশ হ'ল সাংসদ সঞ্জয় সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.