ETV Bharat / bharat

ওড়িশাত চি আৰ পি এফৰ ওপৰত মাওবাদীৰ আক্ৰমণঃ আহত 2 জোৱান

author img

By

Published : May 13, 2019, 9:03 AM IST

ওড়িশা ত্ৰিলোচনপুৰ অঞ্চলৰ চিআৰপিএফ শিবিৰৰ সমীপত আৰু লাঞ্জিগড় আৰক্ষী চকীৰ সমীপত মাওবাদীয়ে বোমা বিস্ফোৰণ ঘটায় ৷ উল্লেখ্য যে মে'ৰ 1 তাৰিখে মহাৰাষ্ট্ৰৰ গাডচিৰোলিত মাওবাদীয়ে সংঘটিত কৰা আই ই ডি বিষ্ফোৰণত 16 জন জোৱান নিহত হৈছিল ৷

ওড়িশাত মাওবাদীৰ আক্ৰমণত দুজন জোৱান আহত


নিউজ ডেস্ক , 13 মে': দেওবাৰে ওড়িশাত মাওবাদীৰ আক্ৰণত দুজন চিআৰপিএফ জোৱান আহত হয় ৷ ৰাজ্যখনত দুটা স্থানত মাওবাদীয়ে বোমা বিস্ফোৰণ সংঘটিত কৰে ৷

ওড়িশা ত্ৰিলোচনপুৰ অঞ্চলৰ চিআৰপিএফ শিবিৰৰ সমীপত আৰু লাঞ্জিগড় আৰক্ষী চকীৰ সমীপত মাওবাদীয়ে বোমা বিস্ফোৰণ ঘটায় ৷ উল্লেখ্য যে মে'ৰ 1 তাৰিখে মহাৰাষ্ট্ৰৰ গাডচিৰোলিত মাওবাদীয়ে সংঘটিত কৰা আই ই ডি বিষ্ফোৰণত 16 জন জোৱান নিহত হৈছিল ৷

Odisha: Two jawans injured in Naxal atack

ওড়িশাত মাওবাদীৰ আক্ৰমণত দুজন জোৱান আহত

 ৰাজ্য খনত দুই ঠাইত মাওবাদীয়ে বোমা বিষ্ফোৰণ সংঘটিত কৰিছিল ৷

নিউজ ডেস্ক , 13 মে': দেওবাৰে ওড়িশাত মাওবাদীৰ আক্ৰণত দুজন চিআৰপিএফ জোৱান আহত হয় ৷ ৰাজ্য খনত দুই ঠাইত মাওবাদীয়ে বোমা বিষ্ফোৰণ সংঘটিত কৰিছিল ৷

ওড়িশা ত্ৰিলোচানপুৰ অঞ্চলৰ চিআৰপিএফ শিবীৰ সমিপত আৰু লাঞ্জিগড় আৰক্ষী চকীৰ সমিপত মাওবাদীয়ে বোমা বিষ্ফোৰণ কৰে ৷ উল্লেখ্য যে মে'ৰ 1 তাৰিখে মহাৰাষ্ট্ৰৰ গাডচিৰোলিত মাওবাদীয়ে সংঘটিত কৰা আই ই ডি বিষ্ফোৰণত 16 জন জোৱান নিহত হৈছিল ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.