ETV Bharat / bharat

অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ'ব দেৱেন্দ্ৰ ফাড়নাৱিচ

author img

By

Published : Nov 4, 2019, 6:51 AM IST

Updated : Nov 4, 2019, 9:32 AM IST

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিচে আজি নতুন দিল্লীত সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৷ ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পিচতে এয়া প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিচে ৷

অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ'ব দেৱেন্দ্ৰ ফাড়নাৱিচ

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিচে আজি সাক্ষাৎ কৰিব অমিত শ্বাহক ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সোমবাৰে দিনৰ ভাগত মুখ্যমন্ত্ৰী ফাড়নাৱিচৰ নেতৃত্বত মহাৰাষ্ট্ৰ বিজেপিৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰিব ৷

লগতে পঢ়কঃ দিল্লীৰ ভয়ংকৰ প্ৰদূষণত গাজৰ খাই ৰক্ষা কৰক নিজক !

বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, কৃষকৰ সমস্যা লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে অমিত শ্বাহক সাক্ষাৎ কৰিব ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পূঁজিৰ অধীনত মহাৰাষ্ট্ৰত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক সাহায্য প্ৰদান কৰা বিষয়ে দুয়োগৰাকী নেতাই আলোচনাত মিলিত হ'ব ৷

লগতে পঢ়কঃ আং চান ছ্যু কীক সাক্ষাৎ মোডীৰ

ইফালে নেশ্যনেল কংগ্ৰেছ পাৰ্টীৰ অধ্যক্ষ শাৰদ পাৱাৰে সোমবাৰে সাক্ষাৎ কৰিব কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক ৷ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনাত মিলিত হ'ব ৷ আলোচনাৰ বাবে ইতিমধ্যেই নতুন দিল্লীত উপস্থিত হৈছে মহাৰাষ্ট্ৰৰ অন্যতম শক্তিশালী নেতাগৰাকী ৷

Intro:Body:

অমিত শ্বাহক সাক্ষাৎ কৰিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ফাডনাভিজে 



মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ডেভেন্দ্ৰ ফাডনাভিজে আজি নতুন দিল্লীত সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৷ ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পিচতে এয়া প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ফাডনাভিজে ৷ 



নেশ্বনেল ডেস্ক, 4 নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ডেভেন্দ্ৰ ফাডনাভিজে আজি সাক্ষাৎ কৰিব অমিত শ্বাহক ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সোমবাৰে দিনৰ ভাগত মুখ্যমন্ত্ৰী ফাডনাভিজৰ নেতৃত্বত মহাৰাষ্ট্ৰ বিজেপিৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰিব ৷ 



বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, কৃষকৰ সমস্যা লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহক সাক্ষাৎ কৰিব ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পূঁজিৰ অধীনত মহাৰাষ্ট্ৰত ক্ষতিগ্ৰস্থ হোৱা কৃষকসকলক সাহাৰ্য প্ৰদান কৰা বিষয়ে দুয়োগৰাকী নেতাই আলোচনাত মিলিত হ'ব ৷ 



ইফালে নেশ্বনেল কংগ্ৰেছ পাৰ্টীৰ অধ্যক্ষ শাৰদ পাৱাৰে সোমবাৰে সাক্ষাৎ কৰিব কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক ৷ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনাত মিলিত হ'ব ৷ আলোচনাৰ বাবে ইতিমধ্যেই নতুন দিল্লীত উপস্থিত হৈছে মহাৰাষ্ট্ৰৰ অন্যতম শক্তিশালী নেতাগৰাকী ৷


Conclusion:
Last Updated :Nov 4, 2019, 9:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.