ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Oct 26, 2019, 6:59 PM IST

Updated : Oct 26, 2019, 8:11 PM IST

চাও আহক বিশ্ব ইতিহাসত সংঘটিত আজিৰ দিনটো (26 অক্টোবৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

History in Today's Date

  • আজি ভাৰতৰ ভূগোলত ঐতিহাসিকভাৱে সংযোজন ঘটিছিল জম্মু-কাশ্মীৰৰ ৷ ঐতিহাসিক আইনী চুক্তিত স্বাক্ষৰ কৰি 1947 চনৰ আজিৰ দিনটোতে সম্ৰাট মহাৰাজা হৰি সিঙে জম্মু-কাশ্মীৰক ভাৰতৰ লগত সংযোজন কৰে ৷
  • আজি বলিউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনৰ জন্মদিন ৷ অভিনয়ৰ জৰিয়তে 90 দশকত ভাৰতীয় বোলছবি জগতত খলকনি তুলিবলৈ সক্ষম হৈছিল অভিনেত্ৰী গৰাকীয়ে ৷
  • ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা বিশিষ্ট সাহিত্যিক মন্মথ নাথ গুপ্তাৰ আজি মৃত্যু বাৰ্ষিকী ৷ Hindustan Republican Association ৰো সক্ৰিয় সদস্য আছিল মন্মথ নাথ গুপ্তা ৷
  • 2015 চনৰ আজিৰ দিনটোতে উত্তৰ-পূৱ আফগানিস্তানৰ হিন্দুকোশ পৰ্বতত নৰসংহাৰি ভূমিকম্পই সৃষ্টি কৰিছিল ভয়াৱহ তাণ্ডৱৰ ৷
    ইতিহাসত আজিৰ দিনটো

লগতে পঢ়ক, ইতিহাসত আজিৰ দিনটো (25 অক্টোবৰ)

Intro:Body:

HISTORY OF THE DAY


Conclusion:
Last Updated :Oct 26, 2019, 8:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.