ETV Bharat / bharat

পুনৰ ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে ড৹ মনমোহন সিং

author img

By

Published : Aug 19, 2019, 7:07 PM IST

ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ সাংসদ ৰূপে নিৰ্বাচিত ড৹ মনমোহন সিং ৷ 1991 চনৰ পৰা 2019 চনলৈ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল মনমোহন সিং ৷

পুনৰ ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে ড৹ মনমোহন সিং

নিউজডেস্ক, 19 আগষ্টঃ ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং ৷ ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ সাংসদ ৰূপে নিৰ্বাচিত ড৹ সিং ৷ ইয়াৰ পূৰ্বে পাঁচটা কাৰ্যকাল অসমৰ পৰা ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 1991 চনৰ পৰা 2019 চনলৈ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল মনমোহন সিং ৷

ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে ড৹ মনমোহন সিঙক অভিনন্দন জনাই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গহলোটে ৷ তেখেতে কয় যে, মনমোহন সিঙ নিৰ্বাচিত হোৱাতো ৰাজস্থানৰ বাবে আনন্দৰ কথা ৷ তেখেতৰ বিশাল পাণ্ডিত্যৰ দ্বাৰা উপকৃত হ'ব ৰাজস্থানবাসী ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.