3 MLA resignation in Meghalaya: বিধানসভা নিৰ্বাচনৰ পূৰ্বে তিনি বিধায়কৰ পদত্যাগ

author img

By

Published : Nov 28, 2022, 8:33 PM IST

3 MLA resignation in Meghalaya:

এন পি পি আৰু তৃণমূল কংগ্ৰেছৰ তিনি বিধায়কৰ পদত্যাগ পত্ৰ দাখিল ৷ অচিৰেই বিজেপিত যোগদানৰ ঘোষণা তিনি সদ্য পদত্যাগী বিধায়কৰ (3 MLA resignation in Meghalaya) ৷

  • সমাগত 2023 চনৰ মেঘালয় বিধানসভা নিৰ্বাচন (Meghalaya Assembly election 2023)
  • নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল এন পি পিত মোক্ষম আঘাত
  • এন পি পি আৰু তৃণমূল কংগ্ৰেছৰ তিনি বিধায়কৰ পদত্যাগ পত্ৰ দাখিল (3 MLA resignation in Meghalaya)
  • এন পিপিৰ বিধায়ক বেনেডিক মাৰাক আৰু ফেয়াৰলেন চাংমাৰ পদত্যাগ
  • ইফালে তৃণমূল কংগ্ৰেছৰ বিধায়ক এইছ এম ছাংপ্লিঙৰ পদত্যাগ
  • সোমবাৰে বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংদহৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে তিনি বিধায়কে
  • অচিৰেই বিজেপিত যোগদান কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে তিনি সদ্য পদত্যাগী বিধায়কে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.