ETV Bharat / snippets

ৰেমলক লৈ মাজুলী জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:39 PM IST

ISSUES ORDER REGARDING REMAL
মাজুলীত জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা (ETV BHARAT)

মাজুলী, 27 মে’ : ৰেমলক লৈ মাজুলীত বিশেষ নিৰ্দেশনা ৷ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশ ৷ মাজুলীৰ মীন আৰু কৃষি বিভাগৰ সকলো চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াই এই আদেশ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিব ৷

নিৰ্দেশ অনুসৰি আই ডব্লিউ টি, যোৰহাট/ মাজুলী সংমণ্ডলে সকলো পৰিস্থিতি কঠোৰভাৱে নিৰীক্ষণ কৰিব আৰু বিভাগীয় নাওসেৱা স্থগিত ৰাখিব, যদিহে মাজুলী জিলাৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত কোনো পৰিস্থিতিৰ সৃষ্টি হয় ৷ আই ডব্লিউ টিয়ে 28 মে’ৰ পৰা 29 মে’লৈকে মাজুলী জিলাৰ ভিতৰত ব্যক্তিগত নাও, ফেৰী সেৱা আদি চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.