ETV Bharat / snippets

আৰক্ষীৰ পোছাক পিন্ধি ডকাইতি: আৰক্ষীৰ জিম্মাত অভিযুক্ত

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 6:35 PM IST

Five accused arrested in connection with shocking robbery incident in Gauripur
গৌৰীপুৰৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড; আৰক্ষীৰ জিম্মাত অভিযুক্ত (Etv bharat assam)

ধুবুৰী, 28 মে’: গৌৰীপুৰৰ ঘেগেৰ আলগাত বিগত বৃহস্পতিবাৰৰ নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড । উক্ত ঘটনাৰ সৈতে জড়িত 5 অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ তথ্য অনুসৰি আৰক্ষীৰ পোছাক পৰিধান কৰি সাতজনীয়া ডকাইতৰ দলে ৰফিক আলী নামৰ এজন ব্যক্তিৰ ঘৰত ডকাইতি সংঘটিত কৰি গহনা আৰু নগদ ধন লুটি লৈ গৈছিল ।

এই ডকাইতিকাণ্ডৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই আনাৰ আলী ওৰফে নাক কাটা, আজাদ আলী খান, আনোৱাৰ, নুৰ নবি আৰু শ্বাহ আলমক IPC 419/395 ৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: সেনাবাহিনীৰ প্ৰতীক লগোৱা বাহন লৈ ডকাইতি কৰিবলৈ আহি গ্ৰেপ্তাৰ 5 ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.