ETV Bharat / snippets

কাছাৰত হেৰ’ইনসহ ৬ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 3:37 PM IST

6 smugglers arrested with heroin in Cachar
কাছাৰত হেৰ’ইন সহ ৬ সৰবৰাহকাৰী গ্ৰেপ্তাৰ (ETV BHARAT ASSAM)

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে । শনিবাৰে নিশা কাছাৰ ধলাই আৰু লক্ষীপুৰত জব্দ কৰা হৈছে বুজন পৰিমাণৰ হেৰ’ইন ৷ লগতে 6 সৰবাৰহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে ৷ এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰৰ ধলাই আৰু লক্ষীপুৰত কাছাৰ আৰক্ষীয়ে এই ড্ৰাগছ বিৰোধী অভিযানটো চলাইছিল ।

পৃথক পৃথককৈ চলা কাছাৰ আৰক্ষীৰ এই অভিযানত মুঠ ১ কেজি ৯০০ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । জব্দ হোৱা হেৰ’ইন খিনিৰ বজাৰ মূল্য ৯ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.