খঙত টিঙিৰি তুলা হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মানুহৰ ঘৰ - man elephant conflict - MAN ELEPHANT CONFLICT

🎬 Watch Now: Feature Video

thumbnail
হোজাইত বনৰীয়া হাতীৰ ত্ৰাস, ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 13, 2024 at 1:46 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, 13 জুন : ৰাজ্যজুৰি প্ৰায়েই হাতী-মানুহৰ সংঘাতৰ ঘটনা সংঘটিত হৈ আহিছে ৷ এইবাৰ হোজাই জিলাত বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান, বাৰীৰ তামোল, নাৰিকল গছ তহিলং কৰে ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা চাৰিজনীয়া বনৰীয়া হাতীৰ দল এটাই কাকীৰ টিলাবজাৰৰ বিহাৰী বস্তিত উপদ্ৰৱ চলাই ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে ৷

উল্লেখ্য যে, যোৱা 3 জুনত সুন্দৰ হৰিজন নামৰ লোকজনৰ ঘৰত হাতীয়ে ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ পিচতেই যেনেতেনে তেওঁ ঘৰটো মেৰামতি কৰি বাস কৰি ‌আছিলহে, কিন্তু এতিয়া দ্বিতীয়বাৰৰ বাবে বনৰীয়া হাতীয়ে তেওঁৰ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰে ৷ লোকসকলে অচিৰেই বন বিভাগক বনৰীয়া হাতীৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ দাবী উত্থাপন কৰিছে ৷ 

লগতে পঢ়ক: বঢ়মপুৰত বন্যহস্তীৰ উপদ্ৰৱত শংকিত সাধাৰণ জনতা - Wild Elephant Menace

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details