ETV Bharat / technology

স্মাৰ্ট স্পীকাৰ ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰিছে নেকি? - SMART SPEAKERS PRICE

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 5:18 PM IST

Best Smart Speakers in India : আপুনি স্মাৰ্ট স্পীকাৰ ক্ৰয় কৰিম বুলি পৰিকল্পনা কৰা গ্ৰাহকসকললৈ সুখবৰ ৷ আমি এই প্ৰতিবেদনত আগবঢ়াইছো আপোনাৰ বাজেটত আহিব পৰাকৈ বেষ্ট স্মাৰ্ট স্পীকাৰৰ মূল্যৰ তালিকা ...

Smart Speakers You Can Buy in India at Best Prices list here
স্মাৰ্ট স্পীকাৰ ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?

নিউজ ডেস্ক, 7 এপ্ৰিল : বৰ্তমান সময়ত এখন ঘৰত টিভি অথবা ম'বাইল ফোনৰ উপৰিও স্মাৰ্ট স্পীকাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগনিত হৈ পৰিছে ৷ সৰু সুৰা পাৰ্টিয়েই হওঁক বা আন যিকোনো ফাংচনেই হওক স্পীকাৰ অত্যন্ত প্ৰয়োজনীয় ৷ ই এটা অনুষ্ঠানত আৰু অধিক আনন্দ যোগ দিয়ে ।

এতিয়া বজাৰত একাধিক প্ৰকাৰৰ স্মাৰ্ট স্পীকাৰ উপলব্ধ। সকলোৰে নিজা বৈশিষ্ট বেলেগ, মূল্য বেলেগ, আকাৰ বেলেগ ৷ গতিকে পলম নকৰিব ৷ যদি আপুনিও এই সময়ত এটা স্মাৰ্ট স্পীকাৰ ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰি আছে, তেন্তে আমি আপোনাৰ বাবে স্মাৰ্ট স্পীকাৰৰ মূল্যৰ তালিকা ৷

স্মাৰ্ট স্পীকাৰ এটা ক্ৰয় কৰাৰ আগতে এই কথা মনত ৰাখক

স্মাৰ্ট স্পীকাৰসমূহ তাঁৰযুক্ত বা ৱায়াৰলেচ স্পীকাৰত কৈ পৃথক ৷ এই স্পীকাৰসমূহ ইণ্টাৰনেটৰ সৈতে সংযোজিত হৈ থাকে ৷ লগতে অ’ডিঅ যেনে গীত, বতৰৰ প্ৰতিবেদনৰ লগত অন্যান্য বহুতো লাগতিয়াল তথ্য ব্যৱহাৰকাৰীক দিয়ে ৷ গতিকে আপুনি এটা স্মাৰ্ট স্পীকাৰ ক্ৰয় কৰাৰ পূৰ্বে কিছু মৌলিক বস্তুৰ প্ৰতি মনোযোগ দিব লাগিব ।

স্মাৰ্ট স্পীকাৰে গান, বতৰৰ প্ৰতিবেদনৰ লগতে ঘৰত লাইট, এয়াৰ পিউৰিফায়াৰ, ৰবটকে ধৰি অন্যান্য সামগ্ৰী নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ লগতে, এলাৰ্মৰ সময়ো নিয়ন্ত্ৰণ কৰিব পাৰে । ইয়াত এই সকলো সুবিধা উপলব্ধ কিছুমান স্মাৰ্ট স্পীকাৰ উল্লেখ কৰা হৈছে-

1. গুগল নেষ্ট অডিঅ’(Google Nest Audio)
2. আমাজন ইক’ ষ্টুডিঅ’(Amazon Echo Studio)
3. এপল হোম প’ড মিনি (Apple HomePod mini)
4. এম আই স্মাৰ্ট স্পীকাৰ (Mi Smart Speaker)
5. গুগল নেষ্ট মিনি (Google Nest Mini)

গুগল নেষ্ট অডিঅ’ (Google Nest Audio)
গুগল নেষ্ট অডিঅ' হৈছে উৎকৃষ্ট সুবিধা উপলব্ধ এটা স্মাৰ্ট স্পীকাৰ । এইটো দুটা ৰঙৰ থাকে ৷ ই চক হোৱাইট আৰু চাৰ্কোল ব্লেকত উপলব্ধ । এই স্মাৰ্ট স্পীকাৰটো টেবুল টপত থাকে। মাইক্ৰ'ফোনটো মিউট কৰিবলৈ পিচফালে কেৱল এটা চুইছ আছে, আনহাতে প্লেবেক, ভলীউম আৰু অন্যান্য নিয়ন্ত্ৰণৰ বাবে স্পীকাৰৰ শীৰ্ষত এটা স্পৰ্শ ক্ষেত্ৰ আছে । ইয়াৰ মূল্য প্ৰায় 8000 ৰ পৰা 10000 ৷ ই সৰ্বাধিক পৰিমাণত 40-160 হাৰ্জৰ হয় ৷

আমাজন ইক’ ষ্টুডিঅ’ (Amazon Echo Studio)

যদিও ইক’ স্মাৰ্ট স্পীকাৰৰ বহুতো ডিভাইচ উপলব্ধ আছে ৷ যদিও এইসমূহৰ আমাজন ইক’ ষ্টুডিঅ'ৰ সৈতে কোনোধৰণৰ মিল নাই । পাঁচ-ড্ৰাইভাৰ ছেট্ আপৰ সৈতে, ইক’ ষ্টুডিঅ'ই দ্ৰুত মসৃন আকৰ্ষণীয় শ্ৰৱণ শক্তিৰে উপলব্ধ । এলেক্সা ভইচ এছিষ্টেণ্ট উপলব্ধ ৷ আমাজন ইক’ ষ্টুডিঅ'ক ফায়াৰ টিভি ডিভাইচৰ সৈতে ৱায়াৰলেচভাৱে লিংক কৰাৰ উপৰিও, আপুনি ইয়াক টিভিৰ ছাউণ্ড ছিষ্টেম হিচাপেও ব্যৱহাৰ কৰিব পাৰে । বজাৰত ইয়াৰ মূল্য হৈছে 22,999।

লগতে পঢ়ক: এক্সত পুনৰ ব্লুচেক, বিশ্বৰ ব্যৱহাৰকাৰীৰ মাজত কৌতূহল - X Free Blue Checks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.