ETV Bharat / state

অসম আৰক্ষীৰ ২০২৩ বৰ্ষৰ অতি উৎকৃষ্ট-উৎকৃষ্ট সেৱা পদক ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 9:00 PM IST

Ati Utkrisht and Utkrisht Service Medals : অৱশেষত ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ ২০২৩ বৰ্ষৰ অতি উৎকৃষ্ট আৰু উৎকৃষ্ট সেৱা পদকৰ নাম ৷ অতি উৎকৃষ্ট সেৱা পদক লাভ কৰিছে ১৭ গৰাকী আৰক্ষী বিষয়াই ৷ লগতে উৎকৃষ্ট সেৱা পদক লাভ কৰিছে ৩৩ গৰাকী আৰক্ষী বিষয়াই ।

Ati Utkrisht and Utkrisht Service Medals
অসম আৰক্ষী ২০২৩

গুৱাহাটী, ৩০ জানুৱাৰী : অসম আৰক্ষীৰ ২০২৩ বৰ্ষৰ অতি উৎকৃষ্ট আৰু উৎকৃষ্ট সেৱা পদক ঘোষণা । মঙলবাৰে এক নিৰ্দেশনা যোগে এই পদক ঘোষণা কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে । অতি উৎকৃষ্ট সেৱা পদক লাভ কৰিছে ১৭ গৰাকী আৰক্ষী বিষয়া আৰু উৎকৃষ্ট সেৱা পদক লাভ কৰিছে ৩৩ গৰাকী আৰক্ষী বিষয়াই ।

অতি উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষী বিষয়া কেইজন হৈছে ক্ৰমে আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্ত, প্ৰশান্ত শইকীয়া, মানৱেন্দ্ৰ দেৱৰয়, জয়শ্ৰী খেৰছা, ৰঞ্জিত বৰা, উত্তম কুমাৰ বিশ্বাস, নোমল চন্দ্ৰ পাঠক, মহন্ত ঠাকুৰ, গৌতম পাল, কণক কলিতা, অতুল চন্দ্ৰ লস্কৰ, যতীন্দ্ৰ নাথ কলিতা, বোলৰাম গুৰুং, চক্ৰসেন গগৈ, মাধৱ কোঁৱৰ, পূৰ্ণকান্ত নাথ আৰু কৈলাশ দাস ।

আনহাতে, উৎকৃষ্ট সেৱা পদক লাভ কৰিছে ৩৩ গৰাকী আৰক্ষীয়ে । উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষী বিষয়া কেইজন ক্ৰমে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, আৰক্ষীৰ মহাপৰিদৰ্শক বিবেক ৰাজ সিং, সীমান্ত বৰা, চিৰঞ্জীৱ বৰবৰুৱা, বিদ্যুৎ দত্ত, মনিহাৰ চৌধুৰী, লালহুওলহিম পুলামতে, ভূমিধৰ দাস, প্ৰকাশ নেওগ, বুবুল কুমাৰ বৰ্মন, ৰীতাশ্ৰী দাস, অংশুমৈ ব্ৰহ্ম, সিদ্ধাৰ্থ শংকৰ ৰয়, গোবিন কটকী, বিপুল চন্দ্ৰ বৰা ৷

ইয়াৰ উপৰিও উৎকৃষ্ট সেৱা পদক লাভ কৰা সকল হ’ল বোলৰাম শৰ্মা, দিলৱৰ হুছেইন, সূৰজ কলিতা, ৰিতুপৰ্ণা চেতিয়া, অজন্তা সোণোৱাল, গৌৰাংগ চন্দ্ৰ সূত্ৰধৰ, বকুল কোচ, কমল কুমাৰ খাখলাৰী, দেৱ কুমাৰ দাস, প্ৰদীপ দাস, কৰুণা গগৈ, ৰাতুল শইকীয়া, পৰেশ চন্দ্ৰ শৰ্মা, প্ৰণয় কান্তি দাস, জাকিৰ হুছেইন লস্কৰ, প্ৰসেনজিৎ দেৱ, মৃণাল কলিতা আৰু নুৰুল ইছলাম ।

লগতে পঢ়ক : মই মিছা কথা কোৱা নাই, মই Special Branch ৰ এজন উপ-পৰিদৰ্শক: মানস বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.