ETV Bharat / sports

মহিলা T-২০ বিশ্বকাপ ২০২৪ৰ সূচী প্ৰকাশ আই চি চিৰ - WOMENS T20 WC

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 5:49 PM IST

ICC Womens T20 World Cup 2024: মহিলা T-২০ বিশ্বকাপ ২০২৪ৰ সূচী প্ৰকাশ কৰিছে আই চি চিয়ে ৷ এই অনুসৰি ভাৰতীয় দলটোৱে এই প্ৰতিযোগিতাত গ্ৰুপ পৰ্যায়ত ৪ খন খেল খেলিব ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

ICC Womens T20 World Cup 2024
মহিলা T-২০ বিশ্বকাপ ২০২৪ৰ সূচী প্ৰকাশ (ETV BHARAT HINDI DESK)

স্পৰ্টছ ডেস্ক, 5 মে’ : প্ৰকাশ পালে আই চি চি মহিলা T-20 বিশ্বকাপ 2024ৰ সূচী ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰা সূচী অনুসৰি মহিলা T-20 বিশ্বকাপ 2024ৰ 3 অক্টোবৰৰ পৰা আৰম্ভ হ’ব আৰু 20 অক্টোবৰত সমাপ্ত হ’ব ৷ এই প্ৰতিযোগিতাত 19 দিনত মুঠ 23 খন খেল ঢাকা আৰু চিলেটত অনুষ্ঠিত হ’ব ৷ ভাৰতীয় মহিলা ক্ৰিকেট দলে 4 অক্টোবৰৰ পৰা বিশ্বকাপত নিজৰ অভিযান আৰম্ভ কৰিব, য’ত টিম ইণ্ডিয়াই নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব ৷

মহিলা T-20 বিশ্বকাপৰ ফৰ্মেট কেনেকুৱা হ'ব-

এই বিশ্বকাপত 2 টা গ্ৰুপ থাকিব ৷ এই দুটা গ্ৰুপত মুঠ 5-5 টা দলে অংশগ্ৰহণ কৰিব ৷ প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত মুঠ 4 খন খেল খেলিব লাগিব ৷ ইয়াৰ পিচত দুয়োটা গ্ৰুপৰ শীৰ্ষ 2 টা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব ৷ এই বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল 17 অক্টোবৰত আৰু দ্বিতীয়খন ছেমি ফাইনেল 18 অক্টোবৰত অনুষ্ঠিত হ’ব ৷ 20 অক্টোবৰত ঢাকাত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত মুখামুখি হ’ব ছেমি ফাইনেলত জয়ী হোৱা দল দুটা ৷

মহিলা T-20 বিশ্বকাপৰ দুয়োটা গ্ৰুপ-

গ্ৰুপ A : অষ্ট্ৰেলিয়া, ভাৰত, নিউজীলেণ্ড, পাকিস্তান- কোৱালিফায়াৰ 1

গ্ৰুপ B : দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ- কোৱালিফায়াৰ 2

ভাৰতীয় দলৰ মেচ কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব-

4 অক্টোবৰ : ভাৰত বনাম নিউজীলেণ্ড, চিলেট

6 অক্টোবৰ : ভাৰত বনাম পাকিস্তান, চিলেট

9অক্টোবৰ : ভাৰত বনাম কোৱালিফায়াৰ 1, চিলেট

13 অক্টোবৰ : ভাৰত বনাম অষ্ট্ৰেলিয়া, চিলেট

মহিলা T-20 বিশ্বকাপৰ সকলো খেলৰ সূচী-

3 অক্টোবৰ : ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, ঢাকা

3 অক্টোবৰ : বাংলাদেশ বনাম কোৱালিফায়াৰ 2, ঢাকা

4 অক্টোবৰ : অষ্ট্ৰেলিয়া বনাম কোৱালিফায়াৰ 1, চিলেট

4 অক্টোবৰ : ভাৰত বনাম নিউজিলেণ্ড, চিলেট

5 অক্টোবৰ : দক্ষিণ আফ্ৰিকা বনাম ৱেষ্ট ইণ্ডিজ, ঢাকা

5 অক্টোবৰ : বাংলাদেশ বনাম ইংলেণ্ড, ঢাকা

6 অক্টোবৰ : নিউজিলেণ্ড বনাম কোৱালিফায়াৰ 1, চিলেট

6 অক্টোবৰ : ভাৰত বনাম পাকিস্তান, চিলেট

7 অক্টোবৰ : ৱেষ্ট ইণ্ডিজ বনাম কোৱালিফায়াৰ 2, ঢাকা

8 অক্টোবৰ : অষ্ট্ৰেলিয়া বনাম পাকিস্তান, চিলেট

9 অক্টোবৰ : বাংলাদেশ বনাম ৱেষ্ট ইণ্ডিজ, ঢাকা

9 অক্টোবৰ : ভাৰত বনাম কোৱালিফায়াৰ 1, চিলেট

10 অক্টোবৰ : দক্ষিণ আফ্ৰিকা বনাম কোৱালিফায়াৰ ২, ঢাকা

11 অক্টোবৰ : অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ড, চিলেট

11 অক্টোবৰ : পাকিস্তান বনাম কোৱালিফায়াৰ 1, চিলেট

12 অক্টোবৰ : ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, ঢাকা

12 অক্টোবৰ : বাংলাদেশ বনাম দক্ষিণ আফ্ৰিকা, ঢাকা

13 অক্টোবৰ : পাকিস্তান বনাম নিউজিলেণ্ড, চিলেট

14 অক্টোবৰ : ইংলেণ্ড বনাম কোৱালিফায়াৰ 2, ঢাকা

17 অক্টোবৰ : প্ৰথম ছেমি ফাইনেল, চিলেট

18 অক্টোবৰ : দ্বিতীয় ছেমি ফাইনেল, ঢাকা

20 অক্টোবৰ : ফাইনেল, ঢাকা

লগতে পঢ়ক : দ্বিতীয়বাৰৰ বাবে আইএছএলৰ খিতাপ দখল মুম্বাই চিটি এফচিৰ - ISL 2024 Winners

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.