ETV Bharat / politics

দ্বিতীয় পৰ্যায়ত অসমৰ পাঁচটা সমষ্টিৰ মুঠ সামগ্ৰিক ভোটদানৰ হাৰ ৭৬.৯৪% - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 7:10 AM IST

Updated : Apr 26, 2024, 9:59 PM IST

SECOND PHASE ELECTION ASSAM
7 বজাৰ লগে লগে অসমৰ 5 সমষ্টিত আৰম্ভ ভোটযুদ্ধ

08:49 April 28

Assam Poll percentage : ইতিমধ্যে ৰাজ্যৰ পাঁচটা সমষ্টিত সমাপ্ত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধ ৷ শেহতীয়া তথ্য অনুসৰি, দ্বিতীয় পৰ্যায়ত অসমৰ পাঁচটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ ৭৬.৯৪% ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ ৭৬.৯৪%

সমষ্টিভিত্তিক ভোটদানৰ হাৰ :

  • ডিফু ৭৩.১১%
  • কৰিমগঞ্জ ৭৩.৩৭%
  • দৰং-ওদালগুৰি ৭৮.৪১%
  • শিলচৰ ৭৫.৯৭%
  • নগাঁও ৮০.৫৮%

21:50 April 26

নিশা 9 বজালৈ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ 71.04 %

সমষ্টিভিত্তিক ভোটদানৰ হাৰ :

ডিফু 72.80 %

কৰিমগঞ্জ 71.12 %

দৰং-ওদালগুৰি 72.99 %

শিলচৰ 65.57 %

নগাঁও 71.88 %

17:36 April 26

দিনৰ 5 বজালৈ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ 70.66 %

সমষ্টিভিত্তিক ভোটদানৰ হাৰ :

  • ডিফু 69.62 %
  • কৰিমগঞ্জ 71.12 %
  • দৰং-ওদালগুৰি 72.99 %
  • শিলচৰ 65.57 %
  • নগাঁও 71.84 %

15:35 April 26

দিনৰ 3 বজালৈ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ 60.32 %

সমষ্টিভিত্তিক ভোটদানৰ হাৰ :

  • ডিফু 60.74 %
  • কৰিমগঞ্জ 60.36 %
  • দৰং-ওদালগুৰি 64.43 %
  • শিলচৰ 53.06 %
  • নগাঁও 60.56 %

13:37 April 26

দিনৰ 1 বজালৈ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ 46.31 %

সমষ্টিভিত্তিক ভোটদানৰ হাৰ :

  • ডিফু ৪৬.৪০ %
  • কৰিমগঞ্জ ৪৯.১৪ %
  • দৰং-ওদালগুৰি ৪৯.৭২ %
  • শিলচৰ ৪০.২৩ %
  • নগাঁও ৪৪.৪৮ %

11:37 April 26

পুৱা ১১ বজালৈ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ ২৭.৪৩ %

সমষ্টিভিত্তিক ভোটদানৰ হাৰ:

  • ডিফু ৩০.৮২ %
  • কৰিমগঞ্জ ২৯.৯৯ %
  • দৰং-ওদালগুৰি ২৮.৮১ %
  • শিলচৰ ২৩.২০ %
  • নগাঁও২৫.২৯ %

11:24 April 26

হাইলাকান্দিত ভোটকেন্দ্ৰৰ ভিতৰত পোলিং এজেণ্টৰ মৃত্যু । মৃত লোকজনৰ নাম ফাৰুক আহমদ ৷ হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী গল্লাছেড়া প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা । নিজ কৰ্ম সম্পাদন কৰি থকা অৱস্থাতে হঠাতে মাটিত ঢলি পৰে ৷ তাৰ পাচতেই ফাৰুকৰ মৃত্যু হয় ৷ ব্ৰেইন ষ্ট্ৰ’ক হোৱাৰ ফলতে ফাৰুকৰ মৃত্যু হৈছে বুলি ধাৰণা কৰিছে স্থানীয় লোকে ।

10:13 April 26

দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে মঙলদৈৰ ১৫১ নং বামুনপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত স-পত্নীক সাব্যস্ত ভোটাধিকাৰ ৷

ইফালে ছিপাঝাৰত বিধায়ক পৰমানন্দ ৰাজবংশীয়ে সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰে । বিধায়ক ৰাজবংশীৰ দাবী, বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া ৷

09:35 April 26

পুৱা ৯ বজালৈ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ ৯.৭১ %

সমষ্টিভিত্তিক ভোটদানৰ হাৰ:

  • ডিফু ১৪.১৩ %
  • কৰিমগঞ্জ ৯.৬১ %
  • দৰং-ওদালগুৰি ১১.১২ %
  • শিলচৰ ৫.৪৯ %
  • নগাঁও ৯.০৭ %

09:27 April 26

৬ নং ডিফু লোকসভা সমষ্টিৰ পশ্চিম কাৰ্বি আংলং জিলাৰ চিনাননদী প্ৰাথমিক বিদ্যালয়ৰ ১২ নং ভোটকেন্দ্ৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে নিজৰ ভোটদান সাব্যস্ত কৰে ৷ ভোটদান কৰিয়েই সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷

08:39 April 26

ভোটদান কৰিলে শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰে । শিলচৰ গুৰুচৰণ কলেজৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে সৰকাৰে ৷ নিজৰ জয় লৈ ১০০% আশাবাদী শিলচৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰ ।

মঙলদৈ বামুনপাৰা প্ৰাথমিক বিদ্যালয়ৰ এটা খণ্ডত ৪৫ মিনিট পলমকৈ আৰম্ভ ভোটগ্ৰহণ ৷ ভোটগ্ৰহণ কেন্দ্ৰটোত বিকল হৈছিল এটা ইভিএম ৷

08:10 April 26

ছিপাঝাৰৰ ১৯১ নং ভোটকেন্দ্ৰৰ পৰা আহিছে EVM ৰ বিজুতি খবৰ । মহিলাৰ দ্বাৰা পৰিচালিত ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভোটকেন্দ্ৰত হৈছে এই বিজুতি । EVM ৰ বিজুতিৰ বাবে এই পৰ্যন্ত ভোটগ্ৰহণ কৰিব পৰা নাই কেন্দ্ৰটোত । ফলত বহু ভোটাৰে উক্ত কেন্দ্ৰটোৰ পৰা গুচি যোৱা দেখিবলৈ পোৱা গৈছে ৷

07:52 April 26

ৰাজ্যৰ আন চাৰিটা লোকসভা সমষ্টিৰ লগতে শিলচৰতো পুৱাই আজি আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । শিলচৰ লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে ৭ টা বিধানসভা সমষ্টি । সেই সমষ্টি কেইটা হ’ল শিলচৰ, ধলাই, লক্ষীপুৰ, কাটিগড়া, উধাৰবন্ধ, বৰখলা আৰু সোনাই । শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে 8 জন প্ৰাৰ্থীয়ে ।তেওঁলোক হ’ল বিজেপিৰ পৰিমল শুক্লবৈদ্য (বিজেপি), সূৰ্যকান্ত সৰকাৰ (কংগ্ৰেছ), তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস, প্ৰভাস চন্দ্ৰ সৰকাৰ (SUCI(C) পাৰ্টী) ৷

ইতিমধ্যে ধলাই বিধানসভাৰ ১১৮ নং আইৰংমাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে পৰিমল শুক্লবৈদ্যই ৷ পুৱাই ঘৰত পূজা অৰ্চনা কৰি ঘৰ কাষতে থকা ভোট কেন্দ্ৰত উপস্থিত হৈ গণতান্ত্ৰিক অধিকাৰ সাব্য়স্ত কৰে শিলচৰৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে ।

06:05 April 26

পুৱা ৭ বজাৰ লগে লগে দেশৰ ১৩ খন ৰাজ্যৰ ৮৮ টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দেশৰ ১৩ খন ৰাজ্যৰ লগতে অসমৰ মুঠ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ ৭৭,০৯,২৭৬ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷

ইয়াৰে ৩৮,৭৮,৬৬৭ গৰাকী পুৰুষ ভোটাৰ আৰু ৩৮,৩০,৪৩৯ গৰাকী মহিলা ভোটাৰ ৷ আনহাতে ১৭০ গৰাকী আছে তৃতীয় লিংগৰ ভোটাৰ ৷

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টি হ’ল- ডিফু, কৰিমগঞ্জ, দৰং-ওদালগুৰি, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টি ।

মুঠ ৯১৩৩ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইয়াৰ ভিতৰত আছে ৯০ টা আদর্শ ভোটকেন্দ্ৰ ৷ বিপৰীতে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১২ টা ৷

দ্বিতীয় পৰ্যায়ৰ ৫ টা সমষ্টিৰ ভোটগ্ৰহণত মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৪৭৩ টা । মুঠ ৯১৩৩ টা ভিভিপেট, ১০৭৯৩ টা বেলট ইউনিট, ৯১৩৩ টা কণ্ট্ৰ'ল ইউনিট ব্যৱহাৰ কৰা হ'ব অসমৰ দ্বিতীয় পর্যায়ৰ নিৰ্বাচনত ৷

Last Updated : Apr 26, 2024, 9:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.