কোন কোন চেলিব্ৰিটিৰ প্ৰাণ কাঢ়িছিল কেন্সাৰে ?
![ETV Bharat Assamese Team author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg?imwidth=128)
Published : Feb 4, 2024, 6:08 AM IST
![কোন কোন চেলিব্ৰিটিৰ প্ৰাণ কাঢ়িছিল কেন্সাৰে ? World Cancer Day 2024 Bollywood celebs who died due to cancer Rishi Kapoor Irrfan Rajesh Khanna Vinod Khanna Sujata Kumar Feroz Khan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-02-2024/1200-675-20657379-thumbnail-16x9-vhd.jpg?imwidth=3840)
World Cancer Day 2024: আজি ৪ ফেব্ৰুৱাৰী অৰ্থাৎ বিশ্ব কৰ্কট ৰোগ দিৱস ৷ কৰ্কট ৰোগ এনে এক ৰোগ যাৰ বিৰুদ্ধে যুঁজি জয়ী হোৱাটো অতি কঠিন ৷ এই কাৰণেই আমি বলীউডৰ ১০ জন প্ৰবীণ তাৰকাকো হেৰুৱাইছো ৷ আহক জানো এই তাৰকাসমূহ নো কোন-