ভোলেনাথৰ ভক্তিত লীন হ’ল ছাৰা আলী খান, চাওক ফটো

author img

By ETV Bharat Assamese Desk

Published : Jan 24, 2024, 11:29 AM IST

Sara Ali Khan visits Grishneshwar Jyotirlinga Mandir, See pics

Sara Ali Khan Pics: শিৱৰ পৰম ভক্ত বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান । শিৱৰ দৰ্শন কৰিবলৈ প্ৰায়ে অভিনেত্ৰীগৰাকীক মন্দিৰলৈ যোৱা দেখা যায় । যেতিয়াই ছুটিৰ বাবে সময় পাই তেতিয়া মন্দিৰ দৰ্শনৰ বাবে ভ্ৰমণলৈ ওলাই যায় ছাৰা আলী খান ৷ এইবাৰ আকৌ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ঘৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ ভ্ৰমণলৈ গৈছে অভিনেত্ৰীগৰাকী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.