স্বামী তথা পৰিয়ালবৰ্গৰ সৈতে ছুটী উপভোগ কৰিছে প্ৰিয়ংকা চোপ্ৰাই, চাওক ফটো
Priyanka Nick Vacation Pictures: ছ’চিয়েল মিডিয়াত প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনাইছে শ্বেয়াৰ কৰিছে ছুটী উপভোগ কৰা কিছু ফটো । এই ফটোসমূহত প্ৰিয়ংকাক নিকৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে ৷ আনহাতে মালতী মেৰীক ককাৰ কোলাত খেলি থকা দেখা গৈছে ৷ চাও আহক এই ফটোসমূহ . . .

Published : January 26, 2024 at 1:10 PM IST
|Updated : January 26, 2024 at 1:21 PM IST
Last Updated : January 26, 2024 at 1:21 PM IST

