আদিযোগী দৰ্শন মৌনি ৰয়ৰ, চাওক ফটো - Mouni Roy

Mouni Roy adiyogi pics: টিভিৰ পৰা ডাঙৰ পৰ্দালৈ নিজৰ জোৰদাৰ অভিনয়ৰে সকলোৰে মন জয় কৰা মৌনি ৰয়ক প্ৰায়ে ভক্তিত বিলীন হোৱা দেখা যায় । শেহতীয়াকৈ পুনৰ এবাৰ অভিনেত্ৰীগৰাকীয়ে এনে কিছুমান ফটো শ্বেয়াৰ কৰিছে, যি ফটোৱে সম্প্ৰতি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ।

Published : Feb 4, 2024, 5:49 PM IST