ৰাম মন্দিৰৰ উদ্বোধনী উপলক্ষে কিছু বিশেষ ফটো শ্বেয়াৰ অভিনেত্ৰী লাৱণ্য ত্ৰিপাঠীৰ - Ram parivar jewellery

Ram Temple Inauguration: 22 জানুৱাৰীৰ দিনটো সকলোৰে বাবে এক ঐতিহাসিক দিন আছিল । বহু বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত অযোধ্যাত উদ্বোধন হ’ল ৰাম মন্দিৰ ৷ এই ঐতিহাসিক দিনটোৰ সাক্ষী হৈছে বহু চেলিব্ৰিটি । দক্ষিণ চিনেমাৰ অভিনেত্ৰী লাৱণ্য ত্ৰিপাঠীয়ে এক বিশেষ ধৰণেৰে ৰাম মন্দিৰৰ উদ্বোধনী উদযাপন কৰিছে । চাওক ফটো . .

Published : January 23, 2024 at 2:15 PM IST
1 Min Read