বৰফৰ শুভ্ৰ আচ্ছাদনেৰে মনোমোহা কংগনা ৰনৌতৰ মনালীৰ ঘৰ, চাওক ফটো
![ETV Bharat Assamese Team author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg?imwidth=128)
Published : Feb 1, 2024, 4:19 PM IST
![বৰফৰ শুভ্ৰ আচ্ছাদনেৰে মনোমোহা কংগনা ৰনৌতৰ মনালীৰ ঘৰ, চাওক ফটো Kangana Ranaut offers a glimpse of her Manali house, See pics](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-02-2024/1200-675-20641558-thumbnail-16x9-kangana.jpg?imwidth=3840)
Kangana Ranaut Manali house pics : কামৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় কংগনা ৰনৌত । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ হিমাচলৰ ঘৰৰ কিছু ফটো শ্বেয়াৰ কৰিছিল । য’ত ঘৰটো সম্পূৰ্ণ ৰূপে বৰফৰ ডাঠ বগা চাদৰে আৱৰি থকা দেখা গৈছে ৷ চাওক ফটোসমূহ . . .