প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাৰ পৰা পৰম্পৰাগত সাজত ফটো শ্বেয়াৰ কৰিলে কংগনা ৰনৌতে - Kangana Ranaut photos from Ayodhya

Kangana Ranaut photos from Ayodhya : ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাৰ পৰা ফটো শ্বেয়াৰ কৰিলে কংগনা ৰনৌতে । ফটোত অভিনেত্ৰীগৰাকীয়ে ৰাম মন্দিৰৰ সন্মুখত পোজ দিয়া দেখা গৈছে । ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নিৰাপত্তা ব্যৱস্থাও কংগনাৰ পোষ্টটোত দেখা গৈছে ।

Published : January 22, 2024 at 1:19 PM IST
1 Min Read