প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাৰ পৰা পৰম্পৰাগত সাজত ফটো শ্বেয়াৰ কৰিলে কংগনা ৰনৌতে

author img

By ETV Bharat Assamese Desk

Published : Jan 22, 2024, 1:19 PM IST

Kangana Ranaut Beams As She Shares Pictures From Ayodhya Ahead Of Pran Pratishtha

Kangana Ranaut photos from Ayodhya : ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাৰ পৰা ফটো শ্বেয়াৰ কৰিলে কংগনা ৰনৌতে । ফটোত অভিনেত্ৰীগৰাকীয়ে ৰাম মন্দিৰৰ সন্মুখত পোজ দিয়া দেখা গৈছে । ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নিৰাপত্তা ব্যৱস্থাও কংগনাৰ পোষ্টটোত দেখা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.