ETV Bharat / photos

আজিৰ দিনটোত বিশেষ হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সাজ-পোচাক, চাও আহক তেওঁৰ বিগত বৰ্ষসমূহৰ শাৰীৰ লুক

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 1:52 PM IST

Updated : Feb 1, 2024, 2:02 PM IST

With 'Bahi Khata', a tablet wrapped in a red-colored cloth with a golden-colored national emblem embossed on it, Union Finance Minister Nirmala Sitharaman is set to present the Interim Budget 2024 on Thursday.
Union Budget 2024: আজি দেশবাসীৰ বাবে এটি বিশেষ দিন ৷ কাৰণ আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে । এই বাজেটখন মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ শেষৰখন বাজেট । এইবাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত ষষ্ঠখন বাজেট দাখিল কৰিছে । বাজেটৰ লগতে আজিকালি সকলোৱে তেওঁৰ সাজ-পোছাকৰ ওপৰতো চকু ৰাখে ।
Last Updated :Feb 1, 2024, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.